আজি দেবোত্থানী একাদশী। দেবোত্থানী একাদশী কি হয় আৰু ভগৱান বিষ্ণুক কিদৰে এই একাদশীত পূজা দিব লাগে সেই সম্পৰ্কে পৰামৰ্শ আগবঢ়াইছে জ্যোতিষী ড০ কৰবী বেজবৰুৱাই। তেওঁ উল্লেখ কৰা অনুসৰি, গোটেই বছৰটোত ২৪ টা একাদশী থাকে। কাতি মাহৰ শুক্লপক্ষৰ একাদশীক কোৱা হয় দেবোত্থানী একাদশী। দেবোত্থানী একাদশীৰ বিশেষ মাহাত্ম্য থাকে। কিয়নো কোৱা হয়
কনিষ্ঠ ভাতৃৰ হাতত প্ৰাণ গ’ল জ্যেষ্ঠ ভাতৃৰ মহানগৰীৰ বিৰুবাৰীৰ ৰূপকোঁৱৰ পথত সোমবাৰে সংঘটিত হয় লোমহৰ্ষক হত্যাকাণ্ড। কনিষ্ঠ ভাতৃয়ে ছুৰীৰে হানি-খুচি হত্যা কৰিলে জ্যেষ্ঠ ভাতৃক ৷ উদ্থাপিত অভিযোগ অনুসৰি সুৰাৰ ৰাগীত মাতাল হৈ বিশ্বজিৎ সৰকাৰ নামৰ লোকজনে নিজৰেই জ্যেষ্ঠ ভাতৃ শংকৰ সৰকাৰক নৃশংসভাৱে হত্যা কৰে। ডিঙি আৰু পেটত উপৰ্যুপৰি আঘাতত তেজেৰে তুমৰলি হোৱা শংকৰ সৰকাৰক পৰিয়ালৰ লোকে
মঙলবাৰে পুৱাই আহিল এক দুঃখবৰ। সোমবাৰে নিশা তিনিচুকীয়াত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱাই ৪ জনকৈ লোকে। মৃতসকলৰ ভিতৰত আছে ৩ জনকৈ পুৰুষ আৰু এটি ৭ বছৰীয়া শিশু। এই দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে এগৰাকী মহিলাৰ। তিনিচুকীয়া বাইপাছত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি
শনিৰ সাড়ে সতীয়ে আপোনাৰ জীৱন দুৰ্বিষহ কৰি পেলাব পাৰে। জানি লওক কোপদৃষ্টিত কোন কোন ৰাশিৰ অমংগল হ’ব। শনিৰ এই অৱস্থানত কঁপিব বিশ্বব্ৰহ্মাণ্ড। এই ৫ ৰাশিয়ে কঁপাব ত্ৰিভুৱন। খুলিব সৌভাগ্যৰ দুৱাৰ। ব্যৱসায়ত হ’ব মালামাল। শেষ হ’ব অশুভ সময়। শনিৰ কৃপাত ত্ৰিভুৱন কঁপাব এই ৩ ৰাশিয়ে। চাকৰি ব্যৱসায়ত হ’ব জয়জয় ময়ময়। মেষ
The 3rd East Zone National Mini Roll Ball Championship, held on November 9-10, 2024, at the IEM Institute in Salt Lake, Kolkata, concluded with a thrilling finale. Assam’s Girls team emerged as champions, defeating Odisha 7-1 in the final. The Assam Girls team showcased remarkable skill and teamwork throughout the