দলঙৰ ওপৰত গাড়ী ৰখাই ব্ৰহ্মপুত্ৰত জাঁপ মাৰিলে যুৱকে

দলঙৰ ওপৰত গাড়ী ৰখাই ব্ৰহ্মপুত্ৰত জাঁপ মাৰিলে যুৱকে

বগীবিল দলঙৰ পৰা লুইতত জাঁপ এজন যুৱকৰ। যুৱকজন ডিগবৈৰ অনিকৃত দত্ত গুপ্তা বুলি সন্দেহ। শুকুৰবাৰে সংঘটিত হৈছে এই ঘটনা। বৰবৰুৱা চুকাফা তিনিআলিৰ পৰা অৰুণাচলৰ অভিমুখে গৈ আছিল অনিকৃত। অৰুণাচলত অভিযান্ত্রিক শাখাত অধ্যয়নৰত আছিল যুৱকজন। যুৱকজনৰ সন্ধানত উদ্ধাৰ অভিযান আৰম্ভ। ঘটনাস্থলীৰ পৰা লেপটপ, মোবাইলসহ কিছু সামগ্রী উদ্ধাৰ। ঘটনাস্থলীত উপস্থিত হৈছে পৰিয়ালৰ

AAP Assam: গুৱাহাটীৰ জল বিস্ফোৰণ সন্দৰ্ভত মানৱ ধিকাৰ আয়োগত গোচৰ দাখিল…

AAP Assam: গুৱাহাটীৰ জল বিস্ফোৰণ সন্দৰ্ভত মানৱ ধিকাৰ আয়োগত গোচৰ দাখিল…

গুৱাহাটীৰ খাৰঘূলিত সংঘটিত হোৱা জল বিস্ফোৰণ ঘটনা সন্দৰ্ভত মানৱ অধিকাৰ আয়োগত গোচৰ দাখিল কৰিলে আম আদমী পাৰ্টিয়ে। বৃহস্পতিবাৰে সংঘটিত হোৱা ঘটনা সন্দৰ্ভত আজি ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ কাৰ্যালয়ত স্মাৰক পত্ৰ দাখিল কৰে দলটোৱে। আম আদমী পাৰ্টিৰ এটা সজাতি দলে আয়োগৰ সদস্য শান্তনু ভৰালীক সাক্ষাৎ কৰি ঘটনা সন্দৰ্ভত স্মাৰকপত্ৰ দাখিল কৰাৰ লগতে এক

পুনৰ হাত দাঙিলে আন এজন লাট মণ্ডলে।

পুনৰ হাত দাঙিলে আন এজন লাট মণ্ডলে।

📌 পুনৰ হাত দাঙিলে আন এজন লাট মণ্ডলে।📌 এইবাৰ স্থান হাজো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়।📌 লাট মণ্ডল উৎপল কেম্প্ৰাই ২০০০ টকা ঘোচ ল‌ওঁতেই হাতে-লোটে ধৰিলে চি এম ভিজিলেন্সৰ দলে।

খাৰঘুলিৰ জলবিস্ফোৰণত নিহত আৰু আহতৰ পৰিয়াললৈ চৰকাৰী সাহাৰ্য

খাৰঘুলিৰ জলবিস্ফোৰণত নিহত আৰু আহতৰ পৰিয়াললৈ চৰকাৰী সাহাৰ্য

◼️খাৰঘুলিৰ জলবিস্ফোৰণত নিহত আৰু আহতৰ পৰিয়াললৈ চৰকাৰী সাহাৰ্য◼️নিহত পৰিয়ালক দিয়া হব ২ লাখ টকা◼️আহতৰ পৰিয়ালে লাভ কৰিব ১০ হাজাৰকৈ টকা

দুই ভৰি আৰু এখন হাত নথকা দৰ্জীৰ সন্তানে পাছ কৰিলে UPSC পৰীক্ষা।

দুই ভৰি আৰু এখন হাত নথকা দৰ্জীৰ সন্তানে পাছ কৰিলে UPSC পৰীক্ষা।

কোৱা হয় যে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অৰ্থাৎ UPSC ৰ পৰীক্ষা বিশ্বৰ অন্যতম কঠিন পৰীক্ষা। পাছ কৰিলে তাৰ অৰ্থ হ’ল পৃথিৱীৰ যিকোনো কঠিন পৰীক্ষা ক্লিয়াৰ কৰিব পাৰিব। এই পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে বহু বছৰ ধৰি ইয়াৰ বাবে প্ৰস্তুতি চলায় আৰু দিনটোত বহু ঘণ্টা কিতাপত কটায়। UPSC পৰীক্ষাত ক্লিয়াৰ কৰিবলৈ কঠোৰ পৰিশ্ৰম