টীয়কৰ প্ৰতিবেদক ২৪ মে/২৩ জগন্নাথ চুব্বা,টীয়কৰ এটা চিনাকী নাম,এজন সহজ সৰল ব্যক্তি,পূৰ্বতে টীয়ক আৰক্ষী থানাৰ গাড়ী চলাইছিল যদিও পাছলৈ টীয়ক আৰক্ষী থানাৰ সমীপতে এখন সৰু হোটেল খুলি জীৱন অতিবাহিত কৰিছে সকলো সময়তে হাঁহি ফুৰ্টিতে দিন পাৰ কৰা চুব্বাই।পিছে আজি চুব্বাৰ চকুত চকুপানী।এয়া কিন্তু বিষাদৰ চকুলু নহয়,এয়া আনন্দৰ চকুলু।হয় আজি চুব্বা
টীয়কৰ প্ৰতিবেদক ২৩ মে/২৩ যি সময়ত চৰকাৰী বিদ্যালয়ৰ অধ্যয়নৰ পৰিবেশৰ প্ৰতি বিভিন্ন সময়ত বিভিন্ন চৰ্চা চলি আহিছে বা ছাত্ৰ ছাত্ৰীৰ পঢ়াৰ মানদণ্ড উন্নতৰ অৰ্থে অভিভাৱকে অশেষ কষ্টেৰে বিদ্যালয়ত পঢ়োৱাৰ লগতে টিউচন আদিৰ ব্যৱস্থা কৰি ব্যস্ত কৰাই তুলে তেনে সময়ত চৰকাৰী বিদ্যালয়ৰ পৰা ৯৫% নম্বৰ লাভ কৰি সমগ্ৰ কমাৰখাটোৱাল তথা টীয়কলৈ
মঙ্গলদৈত নাগাৰা নামৰ পাঠক কৰিস্মা নাথক দিলে অনুপ্ৰেৰণা বঁটা। মঙ্গলদৈ জ্ঞান বিকাশ একাডেমীৰ ১৩ সংখ্যাক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয় মঙলদৈ জিলা পুথিভঁৰালত।প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ডাঃ হিতেশ বৰুৱাক দিলে অসমীয়া স্বভিমান বঁটা।সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছে গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলৰ পৰিচালন সঞ্চালক তথা বিশিষ্ট সংগীতজ্ঞ, চলচিত্ৰ নিৰ্মাতা আৰু মানৱ
মঙ্গলদৈত উপস্থিত ডাঃ হিতেশ বৰুৱা।হিতেশ বৰুৱাক দিলে অসমীয়া স্বাভিমান বঁটা।আনহাতে ক্ৰিকেটাৰ জিন্তী মনি কলিতা আৰু নাগাৰা নামৰ পাঠক কৰিস্মা নাথক দিলে অনুপ্ৰেৰণা বঁটা। মঙ্গলদৈ জ্ঞান বিকাশ একাডেমীৰ ১৩ সংখ্যাক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয় মঙলদৈ জিলা পুথিভঁৰালত।প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ডাঃ হিতেশ বৰুৱাক দিলে অসমীয়া স্বভিমান বঁটা।সভাত মুখ্য অতিথি হিচাপে
পৰ্বতঝোৰাৰ খুটাবাগৰাত উদ্ধাৰ হৰিণা পশু। পৰ্বতঝোৰা বন সংমণ্ডল কাৰ্য্যালয়ৰ অন্তৰ্গত খুটাবাগৰা গাঁওত কাহেলী পুৱাত এটা হৰিণা পশু উদ্ধাৰ কৰে বন বিভাগে । পৰ্বতঝোৰা বন সংমণ্ডল কাৰ্য্যালয়ৰ বন সুৰক্ষা বাহিনীৰ বিষয়া ৰাজীৱ দত্তৰ নেতৃত্ব এটা বন সুৰক্ষা দলে খুটাবাগৰা গাঁওৰ পৰা উদ্ধাৰ কৰে হৰিণা পশুটো। জানিব পৰা মতে উক্ত হৰিণা পশুটো