নিউজ ব্যুৰ’,নগাঁও,২১মে’:–নগাঁও জিলাৰ আগশাৰীৰ শিক্ষানুষ্ঠান চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শনিবাৰে “ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০,শিক্ষক-ছাত্ৰ- ছাত্ৰী আৰু অভিভাৱকৰ ভূমিকা” শীৰ্ষক এখনি জিলা পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায় । ডিমৰীয়া মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক মোহনী মোহন ডেকাৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰৰ বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা-উন্নয়ন সমিতিৰ সভাপতি মনোৰঞ্জন বৰাই
নিউজ ব্যুৰ’,নগাঁও,২০মে’:–নগাঁও টাউনৰ মাজ মজিয়াত শ্বহীদ চন্দন সিং ভৱনৰ কাষত জাতিৰ পিতা মহাত্মা গান্ধীৰ আবক্ষ মূৰ্তিৰ কাষত শনিবাৰে “কবিতাৰ শিৰোনাম জোনমণি ৰাভা” শীৰ্ষক এক কবিতা পাঠৰ অনুষ্ঠান অনুষ্ঠিত হৈ যায় । নগাঁও চহৰৰ মৰিকলং আৰক্ষী চকীৰ SI জোনমণি ৰাভাৰ হত্যাকাৰীক কৰায়ত্ব কৰাৰ দাবীত অনুষ্ঠিত এই কবিতা পাঠ অনুষ্ঠানৰ আঁত ধৰে
এই ৪টা বস্তু শিৱ লিংগত কেতিয়াও ভুলটো নিদিব। যদি এই কেইটা বস্তু শিৱ লিংগত দিয়ে, তেন্তে ই এটা অত্যন্ত ভুল হয়। আৰু ইয়াৰ ফলত আপুনি হয়টো ভগৱান শিৱৰ কৃপা লাভ কৰাৰ পৰা বিৰত হব লগাত পৰিব পাৰে। সৰ্বপ্ৰথমে, শিৱ পূজাত কোনোদিনে তুলসী ব্যৱহাৰ নহয়। এইকথা একমাত্র ভগৱান শিৱৰ ক্ষেত্রতে নহয়।
হৃদৰোগৰ কথা ভাবিলে সকলোৱে ভয় খায়, কিন্তু হৃদআক্ৰমণ সদায় বুজি পোৱা নাযায়। নীৰৱ হৃদ আক্ৰমণ হৈছে এক প্ৰকাৰৰ হৃদ আক্ৰমণ যি কোনো বা অতি সামান্য লক্ষণ অবিহনে হয়। আপাতদৃষ্টিত সচৰাচৰ লক্ষণো হ’ব পাৰে। অভিজ্ঞ চিকিৎসকৰ মতে, ইয়াক প্ৰায়ে বুকুজ্বলা বা বদহজম বুলি ভবা হয়। লক্ষণবোৰ অতি মৃদু। নীৰৱ হৃদ আক্ৰমণত
IPS আনন্দ মিশ্ৰ, নামেই যাৰ পৰিচয়। অপৰাধীৰ বাবে যমদূতস্বৰূপ এইজন আৰক্ষী বিষয়াৰ নেতৃত্বতে এটা বছৰ পূৰ্বে নগাঁৱত অপৰাধীৰ বিৰুদ্ধে চলিছিল বহু অভিযান। অপৰাধীৰ ভূ-স্বৰ্গ হিচাপে পৰিচিত নগাঁৱত ইটোৰ পিছত সিটো দুধৰ্ষ অপৰাধী ধৰাশায়ী হৈছিল আনন্দ মিশ্ৰ বাহিনীৰ অভিযানত। জালত পৰিছিল বহু কুখ্যাত অপৰাধী। উল্লেখযোগ্য যে, আনন্দ মিশ্ৰই গঠন কৰা এণ্টি