বিবাহপাশত আবদ্ধ হ’ব অসমৰ দুই যুৱতী এলিজা ৰাভা আৰু মনীষা ৱাহিদ!

বিবাহপাশত আবদ্ধ হ’ব অসমৰ দুই যুৱতী এলিজা ৰাভা আৰু মনীষা ৱাহিদ!

বিবাহপাশত আবদ্ধ হ’ব অসমৰ দুই যুৱতী এলিজা ৰাভা আৰু মনীষা ৱাহিদ! বন্ধু-বৰ্গ আৰু পৰিয়ালৰ লোকৰ উপস্থিতিত আঙঠি পিন্ধোৱা পৰ্ব সম্পন্ন

কংগ্ৰেছীৰ বল প্ৰয়োগ কৰি থানাৰ সুন্মুখত ই ৰিক্সা চালকক হাৰাশাস্তিৰ অভিযোগ। অসহায় গোঁসাইগাঁও আৰক্ষী।

কংগ্ৰেছীৰ বল প্ৰয়োগ কৰি থানাৰ সুন্মুখত ই ৰিক্সা চালকক হাৰাশাস্তিৰ অভিযোগ। অসহায় গোঁসাইগাঁও আৰক্ষী।

গোঁসাইগাঁও ই-ৰিক্সা চালকক কংগ্ৰেছৰ শক্তি প্ৰয়োগ কৰি হাৰাশাস্তিৰ গুৰুতৰ অভিযোগ। গোঁসাইগাঁও সদৰ থানাৰ সন্মুখত বলপূৰ্বকভাবে ই-ৰিক্সা ৰখাই ক্ৰমিক নম্বৰত কলা ৰং সানি মুচি পেলোৱাৰ অভিযোগ উত্থাপিত হৈছে স্থানীয় কংগ্ৰেছী নেতাৰ বিৰুদ্ধে। গোঁসাইগাঁওৰ কংগ্ৰেছী নেতা হাৰকুলিছ বাসুমাতাৰী নেতৃত্বত থানাৰ সন্মুখত বহুকেইজন যুৱকে দুখীয়া ই-ৰিক্সা চালকক এনেদৰে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰে

গোঁসাইগাঁও উকীল সন্থা কাৰ্য্যালয় আন্তঃগাঁথনি উন্নতিকৰনৰ প্ৰতিশ্ৰুতি বিটিআৰৰ EM উইলচন হাছদাৰ।

গোঁসাইগাঁও উকীল সন্থা কাৰ্য্যালয় আন্তঃগাঁথনি উন্নতিকৰনৰ প্ৰতিশ্ৰুতি বিটিআৰৰ EM উইলচন হাছদাৰ।

গোঁসাইগাঁও উকীল সন্থা কাৰ্যালয় ভ্ৰমণ বিটিআৰৰ কাৰ্যবাহী সদস্য উইলচন হাছদাৰ। বৰ্তমান চলিত ইউ পি পি এল দলৰ নেতাগৰাকীয়ে আজি গোঁসাইগাঁও মহকুমা ন্যায়াধীশ আদালতস্থিত গোঁসাইগাঁও উকীল সন্থাৰ কাৰ্য্যালয় পৰিভ্ৰমন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ উপৰিও গোঁসাইগাঁও আদালতত কৰ্মৰত অধিবক্তাসকলৰ সৈতে কিছুসময় মত বিনিময় কৰে। উল্লেখ যে উক্ত কাৰ্য্যালয়ৰ সামূহিক পৰিস্থিতি পৰ্যবেক্ষণ কৰি

আহি আছে সাগৰীয় ঘূৰ্ণীবতাহ ‘মোচ্চা’।

আহি আছে সাগৰীয় ঘূৰ্ণীবতাহ ‘মোচ্চা’।

🔴 আহি আছে সাগৰীয় ঘূৰ্ণীবতাহ ‘মোচ্চা’।🔴 বংগোপ সাগৰৰ ওপৰেৰে পশ্চমবংগ, উত্তৰ-পূৰ্বাঞ্চলৰ দিশে ‘মোচ্চা’।🔴 ত্ৰিপুৰা, মিজোৰামত শনিবাৰৰ পৰা প্ৰচণ্ড বতাহ-বৰষুণ হোৱাৰ আশংকা।🔴 নাগালেণ্ড আৰু অসমৰ দক্ষিণ প্ৰান্তক কোবাই যাব বতাহ-বৰষুণে।

ৰাজ্যৰ বিদ্যালয়সমূহলৈ ছেবাৰ কঠোৰ নিৰ্দেশনা

ৰাজ্যৰ বিদ্যালয়সমূহলৈ ছেবাৰ কঠোৰ নিৰ্দেশনা

🔷ৰাজ্যৰ বিদ্যালয়সমূহলৈ ছেবাৰ কঠোৰ নিৰ্দেশনা🔷ছেবাৰ প’ৰ্টেলত আপলোড কৰিব লাগিব নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ নম্বৰ🔷৩১ মে’ৰ পূৰ্বে আপলোড কৰিবলৈ কঠোৰ নিৰ্দেশনা ছেবাৰ🔷প’ৰ্টেলত পৰীক্ষাৰ নম্বৰ আপলোড নকৰিলে বহিব নোৱাৰিব মেট্ৰিকত