ওদালগুৰিৰ ঔৰংগাজুলিত হাগ্ৰামা মহিলাৰীৰ বিশাল জনসভা

ওদালগুৰিৰ ঔৰংগাজুলিত হাগ্ৰামা মহিলাৰীৰ বিশাল জনসভা

আহি আছে ২০২৪ ৰ লোকসভা নিৰ্বাচন | নিৰ্বাচনৰ পূৰ্বেই বিটিচিত চলিছে ৰাজনৈতিক বতাহ | পিছে নতুন ৰূপত পুনৰ সক্ৰিয় হৈ পৰা দেখিবলৈ পোৱা গল বিপিএফ দল | তাৰেই যেন ইংগিত বহন কৰিলে ওদালগুৰিৰ ঔৰংগাজুলিত অনুষ্ঠিত হোৱা বিপিএফ দলৰ বিশাল ৰাজনৈতিক সভা | জনসমুদ্ৰত পৰিণত হোৱা বিপিএফৰ ৰাজনৈতিক সভাখনত বিটিচিৰ প্ৰাক্তন

ৰঙিয়াত মাতৃৰ সৈতে নদীত গা ধুব যায় সন্ধানহীন 5 বছৰীয়া শিশু

ৰঙিয়াত মাতৃৰ সৈতে নদীত গা ধুব যায় সন্ধানহীন 5 বছৰীয়া শিশু

ৰঙিয়াৰ তুলসীবাৰীৰ জয়ন্তীপুৰত অঘটন। বৰলীয়া নৈত গা ধুবলৈ গৈ সন্ধানহীন এটি ৫ বছৰীয়া শিশু । মাতৃৰ সৈতে নৈত গা ধুবলৈ গৈছিল শিশুটি । মাতৃয়ে গা ধুৱাই নৈৰ পাৰত উঠাই অনাৰ পিছত মুস্তাকিন আলী নামৰ শিশুটি হঠাৎ সন্ধানহীন হৈ পৰে । দেওবাৰে SDRF আৰু NDRF বাহিনীৰ লোক পুৱাৰ পৰা উদ্ধাৰ অভিযান

খ্ৰীষ্টানক চেৰ পেলাই অতি সোনকালেই বিশ্বত জনসংখ্যাৰ অভিলেখ গঢ়িব মুছলমানে

খ্ৰীষ্টানক চেৰ পেলাই অতি সোনকালেই বিশ্বত জনসংখ্যাৰ অভিলেখ গঢ়িব মুছলমানে

বৰ্তমান বিশ্বত খ্ৰীষ্টান ধৰ্মীয় লোকৰ জনসংখ্যা আটাইতকৈ বেছি যদিও অতি সোনকালেই খীষ্ট্ৰানক অতিক্ৰম কৰিব মুছলমানে।এক বিশেষ প্ৰতিবেদনত প্ৰকাশ পাইছে যে অতি সোনকালেই ইছলাম হ’ব বিশ্বৰ সকলোতকৈ বেছি জনসংখ্যা থকা ধৰ্ম। ‘The Future of World Religions: Population Growth Projections, 2010-2050’ শীৰ্ষক প্ৰতিবেদন অনুসৰি ২০১৫ চনত মুছলমান জনসংখ্যা ১.৮ বিলিয়নৰ পৰা ৭০ শতাংশ

ঘৰুৱা পদ্ধতিৰ দ্বাৰা মূৰৰ বিষ ভাল কৰাৰ উপায়..

ঘৰুৱা পদ্ধতিৰ দ্বাৰা মূৰৰ বিষ ভাল কৰাৰ উপায়..

আপোনালোকক এই লেখাত মূৰৰ বিষ সমস্যাটোৰ পৰা সম্পূৰ্ণৰূপে পৰিত্ৰাণ পাবৰ বাবে বিশেষ কিছুমান ঘৰুৱা উপায়ৰ বিষয়ে জনাম যিকেইটা শুনি আপুনি ভাবিব যে আগতে কিয় এই উপায়বোৰ জনোৱা নাছিলে।(Assamese Fact ) বন্ধুসকল এই ব্যস্ততাপূৰ্ণ জীৱনত সকলোৱেই এই মূৰৰ বিষৰ সমস্যাটোৰ লগত মুখামুখি হয় কিন্তু এই সমস্যাটো যেতিয়া সদায় হবলৈ ধৰে তেতিয়া

শিৱ ভক্তসকলে সোমবাৰৰ দিনটোত ভুলতো নকৰিব এইকেইটা কাম…

শিৱ ভক্তসকলে সোমবাৰৰ দিনটোত ভুলতো নকৰিব এইকেইটা কাম…

প্ৰিয় পাঠকসকল, সোমাবাৰটো বহুত শুভদিন বুলি ধৰা হয়। বহু লোকে সোমবাৰৰ দিনা শিৱৰ ব্ৰতত থাকে। সেয়ে সোমবাৰৰ দিনতোত কেইটামান কথা মনত ৰাখিব লাগে, যদি আপুনি জানি- বুজি বা ভুলতেও এইসমূহ কাম সোমবাৰৰ দিনা কৰে তেতিয়া হ’ব পাৰে আপোনাৰ বৃহৎ ক্ষতি, মহাদেৱ অসন্তোষ্ট হ’ব বুলি ধৰা হয়। এনেই মহাদেৱ বহুত সহজ-সৰল