শনিদেৱৰ আশীৰ্বাদ লাভ কৰাৰ উপায়…

শনিদেৱৰ আশীৰ্বাদ লাভ কৰাৰ উপায়…

যেতিয়া শণিদেৱৰ কথা হয়, তেতিয়া সকলোৰে মনত এটা ভয় সোমাই পৰে। শণিদেৱক ন্যায়ৰ মূৰ্তি বুলিও কোৱা হয়। কৰ্ম অনুসাৰে শণিদেৱে ফল দিয়ে।শণিদেৱ যিমান ক্ৰোধ স্বভাৱৰ হয়, সিমানে আকৌ দয়ালু হয়। ( Religious Studies ) শণিদেৱে অতি সোনকালে নিজৰ ভক্তক ক্ষমা কৰি দিয়ে। এনে সময়ত শণিদেৱৰ বিধি অনুসাৰে পূজা অৰ্চনা কৰিলে

পুনৰ জনতাৰ ওপৰত মাধমাৰ! বৃদ্ধি পালে থলুৱা মাছৰ দাম

পুনৰ জনতাৰ ওপৰত মাধমাৰ! বৃদ্ধি পালে থলুৱা মাছৰ দাম

বৃদ্ধি পালে মাছৰ দাম। থলুৱা মাছৰ দাম প্ৰতিকিলোত ১০০ ৰ পৰা ২০০ টকালৈ বৃদ্ধি পালে। শিঙি, মাগুৰৰ পৰা আৰম্ভ কৰি প্ৰায় সকলো মাছৰেই এতিয়া আকাশলংঘী দাম। শিঙি মাছ প্ৰতি কিলো ৬০০ টকা আছিল কিন্তু এতিয়া ইয়াৰ দাম ২০০ টকা বাঢ়ি ৮০০ টকা হলগৈ। মাগুৰৰ প্ৰতি কিলো ১২০০ ৰ পৰা ১৬০০

জেললৈ যাবলৈ সাজু, কিন্তু অনা অসমীয়াৰ চৰ গোৰ সহ্য নকৰোঃ শৃংখল চলিহা

জেললৈ যাবলৈ সাজু, কিন্তু অনা অসমীয়াৰ চৰ গোৰ সহ্য নকৰোঃ শৃংখল চলিহা

বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাৰ ঘৰ ঘেৰাও আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ।বৰ্তমান সময়ত শৃংখল চলিহাক গৃহবন্দী কৰি ৰখা হৈছে। এজেৱা চিপিৰ মাহমৰা আঞ্চলিকৰ সম্পাদক লক্ষী দাস পানিকাৰক প্ৰহাৰ কৰা ঠিকাদাৰ নিৰ্মল মূৰেক ধমক দিছিল শৃংখল চলিহাই। ফোন যোগে ধমক দিয়াৰ পাছতেই আৰক্ষী-অৰ্ধসামৰিক বাহিনীয়ে ঘৰ ঘেৰাও কৰে তেওঁৰ। চলিহাই কয় যে,

যৌতুকৰ বাবে বোৱাৰীক অমানুষিক অত্যাচাৰৰ অভিযোগ…

যৌতুকৰ বাবে বোৱাৰীক অমানুষিক অত্যাচাৰৰ অভিযোগ…

চৰকাৰে মহিলা সুৰক্ষাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰিছে যদিও বৰ্তমানেও বহু নাৰী নিৰ্যাতনৰ সন্মুখীন হোৱা খবৰে প্ৰায়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে । যৌতুকৰ বাবেই চিলাপথাৰৰ এগৰাকী জীয়াৰীক স্বামীৰ পৰিয়ালে অকথ্য নিৰ্যাতন চলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নিৰ্যাতিতা আৰু তেওঁৰ পৰিয়ালে । চিলাপথাৰ এখন গাঁওৰ যুৱতীগৰাকী ২০২০ চনতেই বিয়া

পুলিচৰ ভয়ত ডেৰ ঘন্টা ধৰি পানীৰ মাজতে লুকাই থাকিল চোৰ…

পুলিচৰ ভয়ত ডেৰ ঘন্টা ধৰি পানীৰ মাজতে লুকাই থাকিল চোৰ…

চোৰে বিভিন্ন সময়ত চুৰ কৰিবলৈ বিভিন্ন পন্থা হাতত লয় । যিবোৰে কাণ্ডই হততে ৰাইজক হাঁহিৰ উপৰিও চিন্তা খোৰাক জোগাই । কেতিয়াবা যদি চোৰে চুৰি কৰি ৰান্ধি বাঢি খাই যোৱা খবৰ আহে, কেতিয়াবা আকৌ বাহন চুৰ কৰি গৃহস্থলৈ বুলি লিখি থৈ যায় এখন চিঠি । য’ত লিখা থাকে তিনি দিনৰ ভিতৰত