মাতৃ হোৱাটো প্ৰতিগৰাকী নাৰীৰ আটাইতকৈ ডাঙৰ সপোন। এফালে মানুহে মাতৃ হোৱাৰ বাবে বিভিন্ন পদ্ধতি গ্ৰহণ কৰে। একে সময়তে কিছুমান মহিলাই অবাঞ্চিত গৰ্ভধাৰণৰ পৰা মুক্তি পাবলৈ নিজাববীয়াকৈ গৰ্ভপাতৰ বড়ি বা টেবলেট
আছাম প্রেছ কৰেচপণ্ডেছ ইউনিয়ণ চমুকৈ আপকুৰ দৰং জিলা সমিতিৰ উদ্যোগত বুধবাৰে সন্ধিয়া অনুষ্ঠিত হয় এই কাৰ্যসূচী আপকুৰ দৰং জিলা সমিতিৰ সভাপতি বাবুল মকছেদ আহমেদ আৰু সাধাৰণ সম্পাদক পংকজ কুমাৰ শৰ্মাইি
আজি বড়ো মাধ্যম দিৱস ।1963 চনৰ আজিৰ দিনটোত বড়ো ভাষাক শিক্ষাৰ এটা মাধ্যম হিচাপে স্বীকৃতি দিয়া হৈছিল । এইদিনটো বড়ো জাতি সকলে বড়ো মাধ্যম দিৱস হিচাপে পালন কৰি আহিছে ।
টীয়কৰ প্ৰতিবেদক ১৮ মে’/২৩ টীয়কৰ জগদুৱাৰত পুৱতি নিশা ৩৭ নং ৰাষ্ট্ৰীয় পথত এক ভয়ংকৰ পথ দূৰ্ঘটনা হৈছে।টীয়কৰ জগদুৱাৰ জানত চাৰিলেনযুক্ত পথৰ অৰ্ধনিৰ্মিত দলংত গাড়ীসহ সোমাই এজন নিহত। দূৰ্ঘটনাত নিহত যুৱক
নিউজ ব্যুৰ’,নগাঁও,১৭মে’:–ৰাজ্যৰ বিজ্ঞান,প্ৰযুক্তি আৰু পৰিৱেশৰ দিশত অধ্যয়ন আৰু গৱেষণাৰ বিকাশ আৰু প্ৰসাৰত ব্ৰতী অসম বিজ্ঞান,প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদে(ASTEC) তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° মুন মুন দেৱীক ২০২২