তামোল পাণৰ ক্ষুদ্র ব্যৱসায়ৰ পৰা শ্বপিং মললৈ এক বৰ্ণিল যাত্রা; স্বাৱলম্বিতাৰ এক নিদৰ্শন ডাঙি ধৰিলে মঙলদৈ নগৰবাহীৰ দুই ভাতৃয়ে

তামোল পাণৰ ক্ষুদ্র ব্যৱসায়ৰ পৰা শ্বপিং মললৈ এক বৰ্ণিল যাত্রা; স্বাৱলম্বিতাৰ এক নিদৰ্শন ডাঙি ধৰিলে মঙলদৈ নগৰবাহীৰ দুই ভাতৃয়ে

মঙলদৈ চহৰৰ নিকটৱৰ্তী নগৰবাহী তিনিআলি চ’কৰ গছৰ তলত বাঁহৰ চাঙত তামোল পাণ, চকলেট ,কেঁচা বুট-মুগুৰ দোকানেৰে যাত্ৰা আৰম্ভ কৰিছিল চিৰাজুল নামৰ কিশোৰটিয়ে ৮০ দশকতে | তাৰ পিছত বিশিষ্ট গীতিকাৰ,সাহিত্যিক ড০

ওদালগুৰিৰ মাজুলি চাহ বাগিচাত শিৱ মহাপুজা,কলচী যাত্ৰা আৰু ধৰ্ম আলোচনা সভা অনুষ্ঠিত

ওদালগুৰিৰ মাজুলি চাহ বাগিচাত শিৱ মহাপুজা,কলচী যাত্ৰা আৰু ধৰ্ম আলোচনা সভা অনুষ্ঠিত

ওদালগুৰি জিলাৰ অন্তৰ্গত মাজুলি চাহ বাগিছাৰ শিৱ মন্দিৰত শিৱ পূজন, কলহ যাত্ৰা আৰু লগতে জলাভিষেকৰ অনুষ্ঠানৰ আয়োজন কৰা হয় | উক্ত অনুষ্ঠানটিৰ লগত সংগতি ৰাখি মন্দিৰ প্ৰাঙ্গনত ধৰ্ম্মধজ্বা প্ৰতিষ্ঠা কৰে

ওদালগুৰিৰ জালিমূখ পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পিযুজ হাজৰিকাৰ

ওদালগুৰিৰ জালিমূখ পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পিযুজ হাজৰিকাৰ

প্ৰায় ১৭ কৌটি ব্যয়ৰে নিৰ্মাণ হৈ থকা ভাৰত-ভূটান সীমান্তৱৰ্তী ননৈ নদীৰ শৈল জালিবান্ধ পৰিদৰ্শন কৰে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পিযুজ হাজৰিকা | লগতে সাংসদ দিলীপ শইকীয়া,বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী,বিধায়ক

নগাঁৱত “সৃষ্টি”ৰ বসন্ত উৎসৱৰ সামৰণি,চহা শিল্পী মাণিক কলিতাক “কলংপৰীয়া শিল্পী বঁটা” প্ৰদান

নগাঁৱত “সৃষ্টি”ৰ বসন্ত উৎসৱৰ সামৰণি,চহা শিল্পী মাণিক কলিতাক “কলংপৰীয়া শিল্পী বঁটা” প্ৰদান

  নিউজ ব্যুৰ’,নগাঁও,১৬মে’:–নগাঁৱৰ অগ্ৰণী সাংস্কৃতিক গোষ্ঠী “সৃষ্টি”ৰ উদ্যোগত আয়োজিত ২০সংখ্যক “বসন্ত উৎসৱ”টি যোৱা নিশা অনুষ্ঠিত হৈ যায় । উৎসৱৰ লগত সংগতি ৰাখি আয়োজিত সাংস্কৃতিক কাৰ্যসূচীত দৰ্শক ৰাইজে বিপুল সঁহাৰি জনায়

জখলাবন্ধাৰ পথ দুৰ্ঘটনাত SI জোনমণি ৰাভাৰ কৰুণ মৃত্যু

জখলাবন্ধাৰ পথ দুৰ্ঘটনাত SI জোনমণি ৰাভাৰ কৰুণ মৃত্যু

নিউজ ব্যুৰ’,নগাঁও,১৬মে’:–নগাঁও জিলাৰ জখলাবন্ধা আৰক্ষী থানাৰ অন্তৰ্গত সৰুভগীয়াৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত SI জোনমণি ৰাভাৰ কৰুণভাৱে মৃত্যু হয় । প্ৰাপ্ত বাতৰি মতে জোনমণি

Follow Us on Instagram

Watch Our Latest YouTube Videos

About
Editorial Policy
Fact Check Policy
Correction Policy
Privacy Policy
Contact Us