নগাঁৱত সোণাইপৰীয়া শাখা কবি সন্মিলন আৰু সংগীত শিল্পী মঞ্চৰ সৌজন্যত “গজল সন্ধ্যা” সম্পন্ন

নগাঁৱত সোণাইপৰীয়া শাখা কবি সন্মিলন আৰু সংগীত শিল্পী মঞ্চৰ সৌজন্যত “গজল সন্ধ্যা” সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,২১অক্টোবৰ:–এক অভিনৱ চিন্তা আৰু পৰিকল্পনাৰে সোণাইপৰীয়া শাখা কবি সন্মিলন আৰু সংগীত শিল্পী মঞ্চৰ সৌজন্যত তথা সুনীল শইকীয়া সংগীত মহাবিদ্যালয়, নগাঁও ছোৱালী কলেজ,ষ্টাৰলেৱ ডায়েগ্ন’ষ্টিকছৰ সহযোগত ৰবিবাৰে এটি সন্ধিয়া “গজল সন্ধ্যা” আয়োজন কৰা হয়। নগাঁ‌ও ছোৱালী মহাবিদ্যালয়ৰ “ৰংগম” প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে অসমৰ প্ৰখ্যাত গজলকাৰ ক্ৰমে আৰিফুল হক,কন্ঠশিল্পী

হিমাংশু প্ৰসাদ দাসৰ সদ্য মুক্তি প্ৰাপ্ত নব্য ধাৰাৰ অসমীয়া ছবি “জয় হেনুমেন”ক শিৱসাগৰীয়া ৰাইজে আদৰি লৈছে।

হিমাংশু প্ৰসাদ দাসৰ সদ্য মুক্তি প্ৰাপ্ত নব্য ধাৰাৰ অসমীয়া ছবি “জয় হেনুমেন”ক শিৱসাগৰীয়া ৰাইজে আদৰি লৈছে।

ছবি খন মুক্তি পোৱাৰ পাছৰ প্ৰথমটো দেওবাৰে শিৱসাগৰ ভটীয়াপাৰৰ ভাস্কৰজ্যোতি ছবি গৃহত যথেষ্ট সংখ্যক দর্শকে ছবি খন উপভোগ কৰে। এখন জনপ্ৰিয় ছবিত থাকিব লগা সকলো উপাদান সন্নিৱিষ্ট ছবি খনক উপভোগ কৰা প্ৰতিজন দৰ্শকেই ছবি খন ভাল বুলি কবলৈ সমান্যতমো সংকোচ কৰা নাই। সাৱলীল কথন ভঙ্গীৰে সমসাময়িক সময় আৰু জীৱনৰ জটিলতাক