কোনে নাজানে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ, এই ত্ৰিমূৰ্তিৰ কথা। এফালে ব্ৰহ্মজীক য’ত বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা বুলি গণ্য কৰা হয়, আনফালে ভগৱান বিষ্ণুক জগতৰ ৰক্ষক বুলি গণ্য কৰা হয়। এই ত্ৰিত্বৰ ভিতৰত ভগৱান বিষ্ণু আৰু ভগৱান শিৱক সমগ্ৰ বিশ্বতে পূজা কৰা হয়, কিন্তু ব্ৰহ্ম জীক পৃথিৱীৰ ক’তো পূজা কৰা নহয়। কিয় জানেনে
১৪ এপ্ৰিলত অসমলৈ আহিব প্রধানমন্ত্ৰী মোদী। যাৰবাবে গুৱাহাটীত এখন বিশেষ প’ষ্টাৰ লাগিছে। ‘মোদী হাটাও দেশ বাচাও’…। গুৱাহাটীত মোদী বিৰোধী শ্ল’গানেৰে প’ষ্টাৰিং কৰা হৈছে। গণেশগুৰি উৰণ সেতুৰ তলত এনেদৰেই প’ষ্টাৰিং কৰা হৈছে। পিছে প্রধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পূৰ্বেই মোদী বিৰোধী প’ষ্টাৰিং কিয় লাগিছে গুৱাহাটীত? উল্লেখ্য যে এই বিশেষ প’ষ্টাৰ লগাইছে আম
এপ্ৰিল সুদীৰ্ঘ চাৰিমাহৰ অন্তত প্ৰাঞ্জল মৰাণৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰৰ পিচতেই মাকুম শুকানী গাঁৱত শোকাকুল পৰিৱশেৰ সৃষ্টি হৈছে Pranjal Moran Murder Case ৷ নিমখ আৰু ফেনাইল চতিয়াই বস্তাত ভৰাই কয়লাখনিৰ 3০০ ফুট গভীৰত পুতি ৰখা হৈছিল প্ৰাঞ্জল মৰাণক আইজিপি জিৎমল দলেৰ নেতৃত্বত চলোৱা ধাৰাবাহিক অভিযানৰ ফলত শুকুৰবাৰে পুৱা ভাগত প্ৰাঞ্জল মৰাণৰ
দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁৱত আজিৰে পৰা অনুষ্ঠিত হব মৰিগাঁও পৌৰসভাৰ সোনালী জয়ন্তী মহোৎসৱৰ । সৰ্বমুঠ ১১টা ৱাৰ্ডৰে গঠিত হোৱা মৰিগাঁও পৌৰসভাই ইতিমধ্যে ৫০ টা বৰ্ষ সম্পূৰ্ণ হোৱাত আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হব সোনালী জয়ন্তী মহোৎসৱৰ । আজিৰ দিনৰ কাৰ্যসূচী অনুযায়ী মৰিগাঁও উপায়ুক্তৰ দ্বাৰা পুৱাৰ ভাগত স্বচ্ছতা অভিযান, সজাগতামূলক
নাজিৰাৰ এক ভিতৰুৱা অনগ্ৰসৰ গ্ৰাম্যাঞ্চলত ছাত্ৰী অৱস্থাৰ পৰাই বৰ্তমানলৈ সমাজ , শৈক্ষিক ,সাহিত্য – সংস্কৃতিৰ উত্তৰণ তথা শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰি জ্ঞানৰ প্ৰজ্ঞা বিলাই শত সহস্ৰজনৰ জীৱন গঢ় দিয়া অনেক পুৰুধা সকলৰ ভিতৰত নাজিৰা চকীমুখ তমতমটলাৰ এগৰাকী চিৰ পৰিচিত উজ্জীৱিনী মহিনা উৰ্মিলা মহন্ত । তমতমটলা , চেলেংপথাৰ , চকীমুখ আদিত ভালেকেইখন