বুৰঞ্জী প্ৰসিদ্ধ পিলখানাৰ চিৰ সেউজীয়া মাটিৰ গোন্ধ লৈ থকা চহা কৃষকৰ আলোক সন্ধানী সপোনৰ ফলশ্ৰুতিত শৈক্ষিক পথাৰৰ প্ৰথম গজালি স্বৰূপে যোৰহাট আৰু শিৱসাগৰ জিলাৰ সীমাত অৱস্থিত খনামুখত গত ১৯৫৭ চনৰ কোনো এক মাহেন্দ্ৰক্ষণত কেইজনমান প্রাতঃস্মৰণীয় ব্যক্তিৰ সৎ চিন্তা আৰু প্ৰচেষ্টাত জন্ম হৈছিল ‘খনামুখ উচ্চ মাধ্যমিক বিদ্যালয়। বৃহত্তৰ অঞ্চলটিৰ শৈক্ষিক জগতলৈ
টীয়কৰ প্ৰতিবেদক ৯ এপ্রিল/২৩ টীয়কৰ ঔগুৰি নেপালী গাঁৱৰ ৰাইজৰ উদ্যোগত যোৱা ৩ এপ্ৰিলৰ পৰা সাতঁদিনীয়াকৈ ঔগুৰি শিব মন্দিৰত শ্ৰীমদ্ভাগৱত কথা জ্ঞানযজ্ঞ সমাৰোহ অনুষ্ঠিত কৰা হৈছে।প্ৰতিদিনাই পুৱাৰে পৰা ভাগৱত ব্যাখ্যা, অমৃত ব্যাখ্যা অনুস্থান অনুষ্ঠিত হোৱাৰ সমান্তৰাল কৈ নিশালৈ ভজন কীৰ্ত্তন চৰ্চা কৰা হৈছে।উল্লেখযোগ্য যে উক্ত ভাগৱত ব্যাখ্যা অনুস্থানত শোণিতপুৰৰ ভাগৱত
এতিয়া আমৰ বতৰ। বজাৰত বহু প্ৰকাৰৰ আম ওলাবলৈ আৰম্ভ কৰিছে। আমৰ জাতো প্ৰতিখন ৰাজ্য অনুযায়ী পৰিবৰ্তন ঘটে আৰু সমগ্ৰ বিশ্বতে আমৰ বহু প্ৰজাতিৰ প্ৰচলন আছে। আপুনিও নিশ্চয় বহু ধৰণৰ আমৰ সোৱাদ লৈছে, কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে এই আমবোৰৰ ভিতৰত কোনটো আটাইতকৈ দামী ! আটাইতকৈ ব্যয়বহুল আম কোনটো? বিশ্বৰ আটাইতকৈ
প্ৰাণৰ সংশয়ত ভূগিছে বলিউড ভাইজান ছলমান খান। ধাৰাবাহিকভাৱে কেইবাবাৰো মৃত্যুৰ ভাবুকি লাভ কৰা ছলমান খানে সেয়ে ক্ৰয় কৰিলে এখন বুলেটপ্ৰুফ কাৰ। অভিনেতাজনে বিদেশৰ পৰা আমদানি কৰি অনা এই বুলেটপ্ৰুফ বাহনখন হৈছে নিছান পেট্ৰ’ল লাক্সাৰী এছ ইউ ভি। এই বাহনখনত উঠিয়েই ছলমান খানে আম্বানী পৰিয়ালে নিৰ্মাণ কৰা সাংস্কৃতিৰ প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত
গণেশগুৰিৰ উৰণীয়া সেতুৰ তলত ‘মোদী হাটাও, দেশ বচাও’ পোষ্টাৰিং প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ প্ৰাকক্ষণত গুৱাহাটীত AAPৰ পোষ্টাৰিং৷ গণেশগুৰিৰ উৰণ সেতুৰ তলত ‘মোদী হাটাও, দেশ বচাও’ পোষ্টাৰিং কৰিছে AAP-এ৷