বাইক চুৰি কৰিব গৈ ঔকিল পৰিল চোৰৰ;  চোৰ কেইটা ক্ৰমে আকাশ দাস পল্লৱজ্যোতি শৰ্মা আৰু ৰচিবুদ্দিন চৌধুৰী

বাইক চুৰি কৰিব গৈ ঔকিল পৰিল চোৰৰ; চোৰ কেইটা ক্ৰমে আকাশ দাস পল্লৱজ্যোতি শৰ্মা আৰু ৰচিবুদ্দিন চৌধুৰী

কামপুৰ থানাৰ অন্তৰ্গত ঘিলানীত শণিবাৰে ৰাইজে তিনিটাকৈ বাইক চোৰক আটক কৰে। ৰাইজে আটক কৰা বাইক চোৰ কেইটা ক্ৰমে ৰচিবুদ্দিন চৌধুৰী, আকাশ দাস আৰু পল্লৱজ্যোতি শৰ্মা। ৰাইজে চোৰ কেইটাৰ পৰা এখন বাইক আৰু এখন চাইকেলও জব্দ কৰে। প্ৰাপ্ত বাতৰি মতে, শণিবাৰে পুৱাৰ ভাগত তিনিওটা চোৰে সন্দেহজনক ভাৱে ঘুৰি ফুৰা দেখি ৰাইজে

পতি,পত্নীৰ একাউণ্টৰ পৰা সৰকালে কেইবালাখ টকা…

পতি,পত্নীৰ একাউণ্টৰ পৰা সৰকালে কেইবালাখ টকা…

ৰাজ্যত সক্ৰিয় হৈ আছে চাইবাৰ অপৰাধী। এজনৰ পাছত আন এজন লোক এনে চাইবাৰ অপৰাধীৰ পাকচক্ৰত পৰি হেৰুৱাইছে ধন। এইবাৰ গুৱাহাটীৰ গীতানগৰৰ এহাল দম্পত্তিয় এনে চাইবাৰ অপৰাধীৰ কৱলত পৰি সাচতীয়া ধন হেৰুৱাবলগীয়া হ’ল। গীতানগৰৰ দীনেশ চন্দ্ৰ দত্ত আৰু তেওঁৰ পত্নীৰ পৰা চাইবাৰ অপৰাধীয়ে সৰকাই নিলে ৭ লাখ ৬১ হাজাৰ টকা। জানিব

‘শ্ৰীৰামপুৰ টোলগেটৰ পৰা দৈনিক ৪০ লাখ টকা লয় প্ৰমোদ বড়োৱে’৷ হাগ্ৰামা মহিলাৰীৰ আন এক মহাবিস্ফোৰণ৷

‘শ্ৰীৰামপুৰ টোলগেটৰ পৰা দৈনিক ৪০ লাখ টকা লয় প্ৰমোদ বড়োৱে’৷ হাগ্ৰামা মহিলাৰীৰ আন এক মহাবিস্ফোৰণ৷

‘শ্ৰীৰামপুৰ টোলগেটৰ পৰা দৈনিক ৪০ লাখ টকা লয় প্ৰমোদ বড়োৱে’৷ হাগ্ৰামা মহিলাৰীৰ আন এক মহাবিস্ফোৰণ৷ Watch Video ‘শ্ৰীৰামপুৰ টোলগেটৰ পৰা দৈনিক ৪০ লাখ টকা লয় প্ৰমোদ বড়োৱে’ : হাগ্ৰামা মহিলাৰী ‘শ্ৰীৰামপুৰ টোলগেটৰ পৰা দৈনিক ৪০ লাখ টকা লয় প্ৰমোদ বড়োৱে’৷ হাগ্ৰামা মহিলাৰীৰ আন এক মহাবিস্ফোৰণ৷ Posted by Guwahati Times on

চিলঙনীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

চিলঙনীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

চিলঙনীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষী এটা দলে চিলঙনীত চলাইছিল এই অভিযান। অভিযানত চাবোনৰ বাকচ সহ আটক ড্ৰাগছ সৰৱৰাহকাৰী। আটকাধীন ড্ৰাগছ সৰৱৰাহকাৰীটোৰ নাম দিলদাৰ হুছেইন। সৰৱৰাহকাৰী টোৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ১২৩. ৮৫ গ্ৰাম সন্দেহজনক ড্ৰাগছ। সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধপোচ অব্যাহত ড্ৰাগছ সৰৱৰাহকাৰীটোক

একে দিনাই নগাঁও আৰক্ষীৰ তিনিটা পৃথক পৃথক ড্ৰাগছ বিৰোধী অভিযান

একে দিনাই নগাঁও আৰক্ষীৰ তিনিটা পৃথক পৃথক ড্ৰাগছ বিৰোধী অভিযান

শুক্ৰবাৰে চিলঙনী, কাতিমাৰী, ধিংগেটৰ আছীয়া হোটেলৰ সমীপৰ চলিছিল আৰক্ষীৰ এই ড্ৰাগছ বিৰোধী অভিযান। অভিযানত চাবোনৰ বাকচ সহ মুকলিকৈ অনা সন্দেহজনক হেৰ’ইণ জব্দ। ঘটনাৰ লগত জড়িত তিনিজন ড‌্ৰাগছ সৰৱৰহকাৰী আটক কৰে আৰক্ষীয়ে। আটকাধীন সৰৱৰহকাৰী কেইজন দিলদাৰ হুছেইন, ছিয়াজুল হক আৰু নাছিৰ উদ্দিন বুলি জানিব পৰা গৈছে। আনুমানিক মুঠ ১৭৭ গ্ৰাম সন্দেহজনক