উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান; ১৯৭১চনৰ ২৫ মাৰ্চেই থাকিব অসমৰ ভিত্তিবৰ্ষ

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান; ১৯৭১চনৰ ২৫ মাৰ্চেই থাকিব অসমৰ ভিত্তিবৰ্ষ

🔵 বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ 🔵 SCৰ ৫ জনীয়া বিচাৰপীঠৰ ঐতিহাসিক ৰায় 🔵 ১৯৭১চনৰ ২৫ মাৰ্চৰ সপক্ষে ৰায়দান ৪ জন ন্যায়াধীশৰ 🔵 ১৯৭১চনৰ ২৫ মাৰ্চৰ বিপক্ষে ৰায়দান এজন ন্যায়াধীশৰ

অসম চুক্তিক মান্যতা প্ৰদান কৰি উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

অসম চুক্তিক মান্যতা প্ৰদান কৰি উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

অসম চুক্তিক মান্যতা প্ৰদান কৰি উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়, অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ চন ধাৰ্য কৰিলে উচ্চতম ন্যায়ালয়ে ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ ৬(ক) দফা বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ।

দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব সঞ্জীৱ খান্না

দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব সঞ্জীৱ খান্না

🔵 ১০ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব মুখ্য ন্যায়াধীশ চন্দ্রচূড়ে 🔵 ২০২৫ৰ ১৩ মে’লৈকে দেশৰ মুখ্য ন্যায়াধীশৰূপে কাৰ্যনিৰ্বাহ কৰিব সঞ্জীৱ খান্নাই