Guwahati, October 15: Byatikram MASDO hosted a heartfelt tribute ceremony at the NEDFI Auditorium, Dispur, to honor the life and legacy of the late Ratan Tata—renowned industrialist, visionary, and philanthropist. The gathering was attended by esteemed citizens, business leaders, social workers, students, and admirers who came together to celebrate
ইটোৰ পিছত সিটোকৈ ধৰ্ষণ তথা নাৰী নিৰ্যাতনৰ জঘন্য কাণ্ডই লজ্জানত কৰিছে দেশক। এনে ধৰণৰ নৃশংস তথা ঘৃণনীয় ঘটনাই দেশৰ নাৰী সুৰক্ষাৰ ফোঁপোলা স্বৰূপ উন্মোচিত কৰিছে তুলিছে। এইবাৰ উত্তৰ প্ৰদেশৰ গোৰখপুৰত সংঘটিত হৈছে মানৱতাক ভুলুণ্ঠিত কৰা এনে এক জঘন্য কাণ্ড। নিজ পুত্ৰৰ হাততে ধৰ্ষণৰ হৈছে এগৰাকী বৃদ্ধা মহিলা। মানৱ সমাজক লজ্জানত
শাৰীদয় দুৰ্গোৎসৱ চুবুৰীয়া বাংলাদেশতো সংখ্যলঘু হিন্দু সম্প্ৰদায়ৰ লোকসকলে অতি উলহ মালহৰে পালন কৰি আহিছে। দেশখনৰ অস্থিৰ ৰাজনৈতিক পৰিস্থিতিৰ মাজত এইবাৰো অনুৰূপ ধৰণেই দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছে। অন্তৱৰ্তীকালীন চৰকাৰখনে দুৰ্গোৎসৱ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ সকলোধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে। পূজা কমিটীসমূহক সাহায্য আগবঢ়োৱাৰ লগতে নিৰাপত্তাৰ ক্ষেত্ৰতো তিনি তৰপীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। হিন্দু
মুম্বাইৰ পৰা নিউয়ৰ্কলৈ যাত্ৰা কৰা এয়াৰ ইণ্ডিয়াৰ এখন বিমানত বোমা বিস্ফোৰণৰ সন্দৰ্ভত এক্সত লাভ কৰাৰ এটা বাৰ্তাৰ পিছতে বিমানখনক সোমবাৰে পুৱা দিল্লীলৈ উভতাই অনা হয়। দিল্লীৰ নিৰাপত্তা সংস্থাসমূহলৈ এই বাৰ্তা প্ৰেৰণ কৰাৰ পিছতে বিমানখনক দেশৰ ৰাজধানীলৈ ডাইভাৰ্ট কৰা হয়। দিল্লী আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বিমানখন বৰ্তমান ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰত
লেকমে’ ফেশ্বন উইক ২০২৪ত উজলিল অসমীয়াৰ পাট-কাপোৰ। অসমৰ শিপিনীৰ হাতৰ পাট কাপোৰে অসমৰ সুদক্ষ ফেশ্বন ডিজাইনাৰৰ হাতত প্ৰাণ পাই উঠিল লেকমে’ ফেশ্বন উইকত ৷ ভাৰতৰ অন্যতম সমাদৃত ফেশ্বন শ্ব’ ‘লেকমে’ ফেশ্বন উইক’ত আকৌ এবাৰ উজলি উঠিল অসমৰ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ পাটৰ কাপোৰৰ বস্ত্ৰ সম্ভাৰ ৷ আন্তঃৰাষ্ট্ৰীয় বিশাল ফেশ্বনৰ জগতখনত