মহানগৰীত ইটোৰ পাছত সিটোকৈ সংঘটিত হৈছে অপৰাধমূলক কাৰ্যকলাপ ৷ স্মাৰ্ট আৰক্ষীক বুঢ়া আঙুলী দেখুৱাই দুৰ্বৃত্তই বীৰদৰ্পে কৰি গৈছে ক্ৰাইম ৷ গুৱাহাটীৰ খানাপাৰা পৰা পুনৰ অপহৰণ কৰা হ’ল এজন গাড়ীচালকক। ২৮ছেপ্তেম্বৰত অপহৰণ কৰা হৈছিল অমিত কুমাৰ নামৰ গাড়ীচালকজনক | অপহৰণকাৰীয়ে মুক্তিপণ হিচাপে দাবী কৰিছিল ১ কোটি টকা ৷ বাহন চালকজনৰ পৰিয়ালে
Navaratri is one of the significant festivals among the Hindus. Especially, In North Indian states Hindus observe a seven-day fast during Sharadiya Navaratri. Navaratri 2024 starts from today (October 3). The fasting will end on the day of Navami. Devotees follow strict rituals during these times. Navaratri signifies the victory
ৰাজধানী লক্ষ্ণৌত সম্পৰ্কক লজ্জিত কৰা এটা চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। চহৰখনত এজন লোকে টকাৰ বাবেই নিজৰ ন-বোৱাৰীক হত্যা কৰে। এই হত্যাকাণ্ডক দুৰ্ঘটনাৰ ৰূপ দিয়াৰ বাবে পৰিকল্পনাৰে ৰচনা কৰে ষড়যন্ত্ৰ । পৰিকল্পনা অনুসৰি, বিয়াৰ পিছতে ন-বোৱাৰীৰ নামত ৫০ লাখ টকাৰ জীৱন বীমা কৰে । তাৰোপৰি বোৱাৰীগৰাকীৰ নামত ১০ লাখ টকাৰ মুদ্ৰা
➡️অসমৰ আঠবিধ সামগ্ৰীলৈ জি আই টেগ ৷ ➡️তিনিবিধ থলুৱা পানীয় আৰু চাৰিবিধ সামগ্ৰী- বস্ত্ৰ ৷ ➡️বড়ো সকলৰ পৰম্পৰাগত আৰ’নায়ে আৰু জনগোষ্ঠীয় খাদ্য আৰু পানীয়লৈ জি আই টেগ ৷ ➡️জি আই টেগ লাভ কৰা পানীয় কেইবিধ হ’ল বড়ো জৌ গৈৰান, মাইব্রা জৌ বিদৈ, বড়ো জৌ গিচি ৷ ➡️বড়ো জনগোষ্ঠীয় পৰম্পৰাগত খাদ্য
নিউজ ব্যুৰ’,নগাঁও,২অক্টোবৰ :–নগাঁও জিলাৰ আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত অসম বিধানসভাৰ প্ৰাককলন সমিতিয়ে জিলাৰ বিভিন্ন বিভাগৰ সৈতে মংগলবাৰে এখন পৰ্য্যালোচনা সভাত অংশগ্ৰহণ কৰে। অসম বিধানসভাৰ প্ৰাককলন সমিতিৰ অধ্যক্ষ তথা ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনৰ অধ্যক্ষতাত অনুষ্ঠিত এই পৰ্য্যালোচনা সভাত প্ৰাককলন সমিতিৰ সদস্যসকল ক্ৰমে দক্ষিণ শালমৰা বিধানসভা সমষ্টিৰ বিধায়ক ৱাজেদ আলী চৌধুৰী,নগাঁও-বটদ্ৰৱা