ৰোগীক ভুল স্বাস্থ্যপৰীক্ষাৰ ৰিপৰ্ট দি বিতৰ্কৰ আবৰ্তত সোমাই পৰিছে নগাঁৱৰ আলট্ৰালেব নামৰ ব্যক্তিগত স্বাস্থ্যপৰীক্ষা প্ৰতিষ্ঠানটোৱে তেজৰ পৰীক্ষাৰ ৰিপৰ্ট চৰম ভুলকৈ দিয়াৰ তথ্য পোহৰলৈ আহিছে। নাম প্ৰকাশত অনিচ্ছুক এগৰাকী ৰোগীয়ে যোৱা
আহিব পাৰে ধাৰাসাৰ বৰষুণৰ লগতে ধুমুহা, শিলাবৃষ্টি। উত্তৰ-পূবৰ লগতে অসমত প্রৱল বৃষ্টিপাতৰ আগজাননী প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।বৃষ্টিপাতৰ লগতে হ’ব পাৰে ধুমুহা হোৱাৰো আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বৰঝাৰ বতৰ
গোলাঘাটৰ ছাত্ৰী বৰ্ষাশ্ৰী শদিয়াখোৱা বুঢ়াগোহাঁইক সম্পূৰ্ণ দোষমুক্ত কৰিলে আদালতে গোলাঘাট সত্ৰ ন্যায়ালয়ত দিব্যজোতি মহন্তৰ বিশেষ আদালতে এই ৰায় দিয়ে। আদালতৰ ৰায়ত আনন্দিত হৈ পৰিছে বৰ্ষাশ্ৰীৰ লগতে তেওঁৰ পৰিয়ালৰ লোকসকল। উল্লেখ্য,
মুখ খুলিছে বিপিএফ দলৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে ৷ বাক্সা জিলাৰ বাগানপাৰা পৰিষদীয় সমষ্টিত শান্তি, প্ৰগতি আৰু উম্নয়নৰ বাবে এক পদযাত্ৰাত অংশ লৈ প্ৰমোদ বড়োৰ বিৰুদ্ধে
প্ৰশ্নকাকত ফাদিলত জড়িত চাৰি মাষ্টাৰমাইণ্ড ৷ চাৰি মাষ্টাৰমাইণ্ডৰ দুজন এতিয়াও আৰক্ষীৰ জালত পৰা নাই ৷ জালত নপৰা দুই অপৰাধীক আত্মসমৰ্পণ কৰাৰ আহ্বান মুখ্যমন্ত্ৰী শৰ্মাৰ ৷ অন্যথা অচিৰেই ল’ব কঠোৰ ব্যৱস্থা