প্ৰথমে বন্ধুত্ব, তাৰ পিছত প্ৰেম, শেষত গোপন ফটো ভাইৰেল কৰা ভাবুকিৰে ব্যৱসায়ীৰ পৰা লাখে-লাখে টকা লুটিলে মডেলে!

প্ৰথমে বন্ধুত্ব, তাৰ পিছত প্ৰেম, শেষত গোপন ফটো ভাইৰেল কৰা ভাবুকিৰে ব্যৱসায়ীৰ পৰা লাখে-লাখে টকা লুটিলে মডেলে!

টিনা, পৰী নে জিনা? কি নাম দিম মাতিম…! যুৱতী এগৰাকী, নাম একাধিক! যুৱতীগৰাকীৰ বিৰুদ্ধে উত্থাপন হোৱাও অভিযোগো গুৰুতৰ। যুৱতীগৰাকী চিনাকি এগৰাকী মডেল! কাহিনী হিন্দী ৱেব ছিৰিজৰ দৰে। প্ৰথমে বন্ধুত্ব, তাৰ পিছত প্ৰেমৰ নাটক-অন্তৰংগ সময় আৰু গোপন ফটো ভাইৰেল কৰাৰ ভাবুকিৰে ব্লেকমেইলিং। মহানগৰীত পুনৰ পোহৰলৈ আহিছে হানি ট্ৰেপিঙৰ ঘটনা। এইবাৰ গুৱাহাটীৰ

মৰিগাঁৱত চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ;আৰক্ষীয়ে অভিযানত আটক কৰে ৪ চাইবাৰ অপৰাধীক

মৰিগাঁৱত চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ;আৰক্ষীয়ে অভিযানত আটক কৰে ৪ চাইবাৰ অপৰাধীক

মৈৰাবাৰীৰ পৰা আনোৱাউদ্দিন আহমেদ, ৰেকিবুদ্দিনক গ্ৰেপ্তাৰ। লাহৰীঘাটৰ পৰা গ্ৰেপ্তাৰ আন দুই চাইবাৰ অপৰাধীক। জব্দ লেপটপ ,মোবাইল, পান কাৰ্ড, আধাৰ কাৰ্ড। বিভিন্ন উৎসৰ পৰা ধনৰ লেনদেনৰ তথ্যও লাভ মৰিগাঁও আৰক্ষীৰ। সম্প্ৰতি মৰিগাঁও আৰক্ষীৰ জিম্মাত ৪ চাইবাৰ অপৰাধী।

দীপাংকৰ বৰ্মনৰ পিতৃ-মাতৃক গ্ৰেপ্তাৰ;পিতৃ চবিন বৰ্মন, মাতৃ দিপালী তালুকদাৰক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ

দীপাংকৰ বৰ্মনৰ পিতৃ-মাতৃক গ্ৰেপ্তাৰ;পিতৃ চবিন বৰ্মন, মাতৃ দিপালী তালুকদাৰক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ

মহেশ আগৰৱাল নামৰ দীপাংকৰ বৰ্মনৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট এগৰাকীকো গ্ৰেপ্তাৰ। আজি পাণবজাৰ থানালৈ তলব কৰা হৈছিল দীপাংকৰ বৰ্মনৰ পিতৃ-মাতৃক। বিনিয়োগকাৰীৰ অভিযোগৰ ভিত্তিত থানাত দুয়োজনকে জেৰা আৰক্ষীৰ। দীপাংকৰ বৰ্মনৰ সকলো কু-কীৰ্তিৰ বিষয়ে অৱগত পিতৃ-মাতৃ।

তেজপুৰৰ এগৰাকী দুঃসাহসী মহিলাই দুৰ্গম কেদাৰনাথৰ পৰা উভতাৰ পথতে ট্ৰেভেলাৰ চলাই অসুস্থ চালকক চিকিসালয়ত ভৰ্তি কৰাৰ লগতে বচালে ১৮গৰাকী মহিলাৰ প্ৰাণ

তেজপুৰৰ এগৰাকী দুঃসাহসী মহিলাই দুৰ্গম কেদাৰনাথৰ পৰা উভতাৰ পথতে ট্ৰেভেলাৰ চলাই অসুস্থ চালকক চিকিসালয়ত ভৰ্তি কৰাৰ লগতে বচালে ১৮গৰাকী মহিলাৰ প্ৰাণ

নিজৰ লগতে ১৭গৰাকীকৈ মহিলাৰ জীৱন ৰক্ষা কৰিলে মিনুৱে। কেদাৰনাথৰ পৰা উভতাৰ পথতে বিপদৰ সন্মুখীন হৈছিল অসমৰ ১৮জনীয়া এটা মহিলাৰ দল। মিনু বড়ো নামৰ মহিলাগৰাকীৰ সাহসিকতাৰ বাবে ৰক্ষা পৰিছিল ১৭গৰাকীকৈ মহিলাৰ জীৱন। যাৰ বাবে এতিয়া তেজপুৰৰ মিনু বড়ো হৈ পৰিছে সাহসৰ এক উদাহৰণ। ঘটনা অনুসৰি তেজপুৰৰ পৰা গৈ কুশলে কেদাৰনাথত উপস্থিত

দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে আতিশী মাৰ্লেনাই; দিল্লীৰ ৰাজভৱনত শপত গ্ৰহণ কৰিলে আতিশীয়ে

দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে আতিশী মাৰ্লেনাই; দিল্লীৰ ৰাজভৱনত শপত গ্ৰহণ কৰিলে আতিশীয়ে

🔵 উপ-ৰাজ্যপাল ভি কে ছাক্সেনাই পাঠ কৰায় শপত বাক্য 🔵 আন পাঁচগৰাকী বিধায়কেও শপত গ্ৰহণ কৰে মন্ত্ৰী হিচাপে 🔵 দিল্লীৰ আটাইতকৈ কম বয়সীয়া মুখ্যমন্ত্ৰী হ’ল আতিশীমাৰ্লেনা