‘বিশালৰ ট্ৰেডিঙৰ সৈতে মই কোনোধৰণে জড়িত নহয়…’- চুমি বৰা

‘বিশালৰ ট্ৰেডিঙৰ সৈতে মই কোনোধৰণে জড়িত নহয়…’- চুমি বৰা

‘বিশালৰ ট্ৰেডিঙৰ সৈতে মই কোনোধৰণে জড়িত নহয়। বিশাল ফুকনৰ ইনভেষ্টৰ কোন হয় মই কাকো চিনি নাপাওঁ, নাজানোঁ…’- চুমি বৰা ইণ্ডাষ্ট্ৰীৰ মানুহৰ লগতো মোৰ ভাল নহয়, ভাল হোৱা হ’লে আজি মোৰ এই অৱস্থা নহয়। সবেই মোক চিনি নাপাওঁ বুলি কৈছে দেখোন। তেনে মানুহে মই ক’লো বুলিয়ে পইচা ইনভেষ্ট কৰিব নেকি? মোৰ

আছুৰ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি শংকৰজ্যোতি বৰুৱাৰ

আছুৰ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি শংকৰজ্যোতি বৰুৱাৰ

ফেচবুকযোগে এই ঘোষণা শংকৰজ্যোতি বৰুৱাৰ।সামাজিক মাধ্যমত তেওঁ লিখিছে, – ‘নমস্কাৰ৷ আপোনালোকক জনাব বিচাৰিছোঁ যে শেহতীয়াকৈ সদৌ অসম ছাত্ৰ সন্থাৰ পৱিত্ৰ মজিয়াত আমাৰ সন্দৰ্ভত এক বিতৰ্কৰ সৃষ্টি হৈছে। এই বিতৰ্কৰ সত্যসত্যতা যদিও ন্যায়ালয়ত প্ৰমাণ হ’ব তথাপিও ব্যক্তিগতভাৱে জনাব বিচাৰো যে মই সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা সাধাৰণ সম্পাদক হিচাপে

তিনিচুকীয়াৰ পেঙেৰীত NSCN(IM)ৰ কেডাৰসহ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ

তিনিচুকীয়াৰ পেঙেৰীত NSCN(IM)ৰ কেডাৰসহ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ

তিনিচুকীয়াৰ পেঙেৰীত NSCN(IM)ৰ কেডাৰসহ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ কৰা হৈছে। এজন NSCM(IM)ৰ কেডাৰসহ তিনিটা হেণ্ড গ্ৰেনেড,পিষ্টলৰ দুটা মেগজিন,দুটা পিষ্টল আৰু অৰ্ধশতাধিক সজীৱ গুলী উদ্ধাৰ কৰা হৈছে৷ পেঙেৰী আৰক্ষী থানাৰ OC নবীন চেতিয়াৰ নেতৃত্বত চলা এক অভিযানত মাৰণাস্ত্ৰখিনি জব্দ কৰা হৈছে। NSCNৰ কেডাৰজনক মাৰণাস্ত্ৰসহ তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ অনা হৈছে৷ কি