নগাঁও কলেজ (অট’নমাচ)ৰ প্ৰতিষ্ঠা দিৱস আৰু স্নাতক সমাৰোহ সম্পন্ন

নগাঁও কলেজ (অট’নমাচ)ৰ প্ৰতিষ্ঠা দিৱস আৰু স্নাতক সমাৰোহ সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,১৩ছেপ্টেম্বৰ:- ঐতিহ্যমণ্ডিত নগাঁও কলেজ(স্বতন্ত্ৰ)ৰ ৮০সংখ্যক নৱাগত আদৰণী সভাত শুক্ৰবাৰে অনুষ্ঠিত হৈ যায়। সভাত অতিথি বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট চিন্তাবিদ,লেখক,সমালোচক, নিবন্ধকাৰ,তাৰ্কিক ময়ূৰ বৰা। ভাষণ প্ৰসংগত ময়ূৰ বৰাই কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মভূমি নগাঁও ইতিহাসৰ সোণসেৰীয়া সমলেৰে সমৃদ্ধ। বৰাই ভোটাই ডেকা আৰু গুণাভিৰাম বৰুৱাৰ প্ৰসংগেৰে নগাঁৱৰ গৌৰৱোজ্জ্বল ইতিহাসৰ

বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেৰ PSO আৰু লগত অহা যুৱক দুজনৰ বিৰুদ্ধে অভিযোগ

বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেৰ PSO আৰু লগত অহা যুৱক দুজনৰ বিৰুদ্ধে অভিযোগ

আজি অশোক স্যাম নামক যুৱকে সংবাদ মেলোৰ জৰিয়তে বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেৰ লগতে psoআৰু লগত অহা যুৱক দুজনৰ বিৰুদ্ধে অভিযোগ কৰি কয় য়ে যোৱা ৯ ছেপ্তেম্বৰ ৰাতি অনুমানিক ১০.৩০ বজাত ফকিৰাগ্ৰাম ৰেলৱে কলনিৰ পৰা বজাৰ অভিমুখে গৌ থকা সময়ত ফকিৰাগ্ৰাম ৰেলৱে গেটে কাষত সৰকাৰ মেডিকেলৰ অলপ

শক্তি আশ্ৰম সমবায় সমিতিৰ ৫১তম বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

শক্তি আশ্ৰম সমবায় সমিতিৰ ৫১তম বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

কোকৰাঝাৰ জিলাৰ অন্তৰ্গত শক্তি আশ্ৰম সমবায় সমিতিৰ ২০২৩ -২০২৪ বৰ্ষৰ ৫১তম বাৰ্ষিক সাধাৰণ সভা খন আজি সমবায় সমিতি প্ৰাংগনত অনুষ্ঠিত হয়। সমবায় সমিতিৰ সভাপতি দিলীপ কুমাৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাত সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে সম্পাদক প্ৰবোধ চন্দ্ৰ ৰায়ে। সভাত সম্পাদকীয় প্ৰতিবেদনৰ ওপৰত আলোচনাৰ পাছত প্ৰতিবেদন গৃহীত হয় আৰু

ৰাজ্যৰ কিংবদন্তী ফুটবলাৰ টচেন বৰাৰ মৃত্যু

ৰাজ্যৰ কিংবদন্তী ফুটবলাৰ টচেন বৰাৰ মৃত্যু

ডিব্ৰুগড়ৰ AMCHত চিকিত্সাধীন অৱস্থাত মৃত্যু ফুটবলাৰগৰাকীৰ। ১৯৭১ চনত ৰেংগুন প্ৰি অলিম্পিকত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল বৰাই।‘অসমৰ মাৰাডোনা’ বুলি অভিহিত কৰা হৈছিল টচেন বৰাক। টচেন বৰাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালৰ।