খেলপথাৰৰ বাহিৰতো হেটট্রিক কৰিব বিচাৰিছে ব্রাজিলৰ তাৰকা ফুটবলাৰ নেইমাৰে৷ তিনিগৰাকী ভগ্নীক নৈশ যাপনৰ প্রস্তাৱ আগবঢ়াই বিতর্কৰ মাজত সোমাই পৰিছে নেইমাৰ৷ এবাৰ নহয়, বাৰে বাৰে তিনিওগৰাকী ভগ্নীক একেই প্রস্তাৱ আগবঢ়াইছিল ব্রাজিলৰ
এজনী নাবালিকাক অনুসৰণ কৰি ‘আজা, আজা’ বুলি গান গোৱা এজন অভিযুক্তক দোষী সাব্যস্ত কৰিলে মুম্বাইৰ আদালতে৷ উল্লেখ্য যে এই ঘটনাক যৌন আতিশয্য বুলি অভিহিত কৰিছে আদালতখনে৷ অৱশ্যে অভিযুক্ত যুৱকজনে নতুনকৈ
মৰিগাঁও আৰক্ষী অধীক্ষক কাৰ্য্যালয়ৰ দাঁতিতে সোমবাৰে এজন ব্যক্তিৰ পৰা দিন দুপৰতে দুৰ্বৃত্তই কাঢ়ি লৈ যায় ২লাখ ৫০ হাজাৰ টকা। মৰিগাঁও নগৰৰ সমীপৱৰ্তী পছতীয়াত ভাড়াতীয়া হিচাপে থকা কাহিবাড়িৰ ঘনকান্ত কোচ নামৰ
পলিথিনৰ ভিতৰত হাঁড়! দেখিয়েই বন্দনাই চিনি পালে এয়া শাহুৱেকৰ ভৰি। নাৰকীয় হত্যাকাণ্ডৰ চাঞ্চল্যকৰ ছবি আহিছে পোহৰলৈ।
গুৱাহাটীৰ উত্তৰ-পূৱ নাৰী সন্থাৰ উদ্যোগত ওদালগুৰি জিলাৰ ৰাজাগড় শ্বহীদ আদৰ্শ বিদ্যালয়ত ডাইবেটিছ ৰোগী সকলৰ বাবে বিনামুলীয়াকৈ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয় বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে ভয়াবহতাৰ ৰূপত বিয়পিছে ডাইবেটিছ ৰোগ