নগাঁৱৰ ঘাঁহী আৰু চমুৱাগাঁৱত সুধাকণ্ঠৰ ৯৮সংখ্যক জন্মদিৱস উদযাপন

নগাঁৱৰ ঘাঁহী আৰু চমুৱাগাঁৱত সুধাকণ্ঠৰ ৯৮সংখ্যক জন্মদিৱস উদযাপন

নিউজ ব্যুৰ’,নগাঁও,৮ছেপ্টেম্বৰ:-নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আৰু ঘাঁহী আঞ্চলিক শাখা সাহিত্য সভাৰ সহযোগত বিশ্ব বৰেণ্য শিল্পী,সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ ৯৮সংখ্যক জন্মদিৱসটি ৰবিবাৰে দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। এই উপলক্ষে ঘাঁহী-ম’হমৰীয়া আঞ্চলিক হাইস্কুলত অনুষ্ঠিত কাৰ্যসচীৰ অংশ ৰূপে শিল্পীগৰাকীৰ প্রতি শ্রদ্ধা জনাই পুৱা ৮:৪৫ বজাত শাখাৰ সভাপতি হৰেন বৰাই অসম সাহিত্য সভাৰ

নগৰবেৰাৰ টুপামাৰী বদলা কাটাখালত ভয়ংকৰ ঘটনা; জৰাজীৰ্ণ দলঙৰ ৰেলিং ভাঙি নৈত পৰিল ছাত্ৰ

নগৰবেৰাৰ টুপামাৰী বদলা কাটাখালত ভয়ংকৰ ঘটনা; জৰাজীৰ্ণ দলঙৰ ৰেলিং ভাঙি নৈত পৰিল ছাত্ৰ

দলঙৰ ওপৰতেই ওলমি ৰ’ল স্কুলবেগ, চাইকেল। একাংশ লোকৰ তৎপৰতাত মাছমৰীয়াই উদ্ধাৰ কৰে ছাত্ৰজনক। ছাত্ৰজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ।

গণেশ চতুৰ্থী উপলক্ষ্যে ২০ কিলোগ্ৰাম সোণ দান কৰিলে অনন্ত আম্বানীয়ে

গণেশ চতুৰ্থী উপলক্ষ্যে ২০ কিলোগ্ৰাম সোণ দান কৰিলে অনন্ত আম্বানীয়ে

গণেশ চতুৰ্থীৰ দিনা ভগৱান গণেশক বিশেষ উপহাৰ আগবঢ়ালে মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীয়ে। নতুনকৈ সাংসাৰিক জীৱন আৰম্ভ কৰিছে অনন্তই। সুখৰ সংসাৰৰ আশীৰ্বাদ বিচাৰি ভগৱান গণেশক এই বিশাল পৰিমাণৰ সোণ উপহাৰ দিছে ধনী উদ্যোগপতিগৰাকীয়ে। জানিব পৰা মতে মুম্বাইৰ লালবাঘচাৰ গণেশ মূৰ্তিৰ বাবে ২০ কেজি ওজনৰ সোণৰ মুকুট গণেশ বাবাৰ প্ৰতি আগবঢ়াইছে