কামৰূপ মহানগৰ জিলাৰ ৭ গৰাকী কৃতী শিক্ষকক সম্বৰ্ধনা

কামৰূপ মহানগৰ জিলাৰ ৭ গৰাকী কৃতী শিক্ষকক সম্বৰ্ধনা

  গুৱাহাটী,১০ ছেপ্টেম্বৰ: বিশেষ কাৰণত কামৰূপ (মহানগৰ) জিলাত স্থগিত ৰখা শিক্ষক দিৱসৰ কাৰ্যসূচী আজি দিছপুৰৰ লোকনিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। কামৰূপ (মহানগৰ) জিলাৰ শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত কেচিঅʼ কৰণ পেগু (Casio karan pegu), বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীৰ উপস্থিতিত আয়োজিত এই শিক্ষক দিৱসৰ কাৰ্যসূচীত জিলাখনৰ ৭

ৰিলচ্‌ প্ৰেমত প্ৰতাৰণা: বিয়া কৰাই এৰি থৈ পলাল পত্নীক: আৰক্ষীক গোচৰ

ৰিলচ্‌ প্ৰেমত প্ৰতাৰণা: বিয়া কৰাই এৰি থৈ পলাল পত্নীক: আৰক্ষীক গোচৰ

সম্প্ৰতিক সময়ত ফেচবুক আৰু ইউটিউবত ৰিলচ্‌ বনাই বহু যুৱক যুৱতীয়ে ৰাইজৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে ৷ নিজৰ ইউটিউব চেনেলত ৰিলচ্‌ বনোৱা গোসাইগাঁওৰ মৰিনা খাতুন (২৪) নামৰ এগৰাকী যুৱতীক প্ৰেমৰ চলনাৰে বিয়া পাতি প্ৰতাৰণা কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ ভুক্তভোগী যুৱতী গৰাকীয়ে অভিযোগ কৰা মতে, ৰুপচী আৰক্ষী চকীৰ অন্তৰ্গত

Despite government announced to closed school, college till September 10, Students in uniform protest in Imphal

Despite government announced to closed school, college till September 10, Students in uniform protest in Imphal

September 9: The Department of Education-Schools, Manipur, has announced the closure of all educational institutions across the state on September 9 and 10. “This order, which applies to Government, Government-aided, Private, and Central schools, follows an earlier notification issued on September 6, 2024”, it stated however, students in uniform have

গোৰেশ্বৰৰ উপৰখুটিত গোৰ্খা জনগোষ্ঠীয় মহিলাসকলৰ দ্বাদশ বাৰ্ষিক তীজ সমাৰোহ উদযাপন

গোৰেশ্বৰৰ উপৰখুটিত গোৰ্খা জনগোষ্ঠীয় মহিলাসকলৰ দ্বাদশ বাৰ্ষিক তীজ সমাৰোহ উদযাপন

গোৰ্খা নাৰী বিকাশ সমিতি, ভোলাঝাৰৰ উদ্যোগত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় তীজ সমাৰোহ। তীজৰ নৃত্য-গীতেৰে মুখৰিত হৈ পৰে উপৰখুটিৰ সাৰদা প্ৰাথমিক বিদ্যালয় প্ৰাংগণ। ইপিনে অনুষ্ঠানটোৰ লগত সংগতি ৰাখি উপৰখুটিত উদ্ধোধন কৰা হয় গোৰ্খা নাৰী বিকাশ সমিতি, ভোলাঝাৰৰ নৱনিৰ্মিত কাৰ্যালয় ভৱন। ভৱনটো উদ্ধোধন কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। অনুষ্ঠানটোত