পঞ্চভূতত বিলীন সকলোৰে মৰমৰ কলিজা আইতাৰ পাৰ্থৱ শৰীৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আজি শেষ নিশ্বাস ত্যাগ কৰা ১০৮ বছৰীয়া কলিজা আইতা এতিয়া এক সোণালী স্মৃতি ৰূপে জীয়াই থাকিব সকলোৰে হৃদয়ত।
এসপ্তাহ ধৰি প্ৰায় ৪০০ কিলোমিটাৰ যাত্ৰা কৰি অযোধ্যাৰ ৰাম জন্মভূমিত উপস্থিত হ’ল ৩৫ টন ওজনৰ দুটা শালগ্ৰাম শিল। নেপালৰ কালি গণ্ডক জলপ্ৰপাতৰ পৰা লোৱা শিলেৰে নিৰ্মাণ কৰা হ’ব ৰামৰ মূৰ্তি। বুধবাৰে উত্তৰ
তিনিঘন্টাৰ ভিতৰত দ্বিতীয়টো বৃহৎ ঘোষণা। কাজী, পুজাৰী, মৌলানা, দৰা-চব হব চাফা।আজিৰ পৰাই কাউন্ট ডাউন আৰম্ভ । কাইলৈ প্ৰকাশ পাব স্বামীৰ তালিকা। বাল্যবিবাহ কৰোৱা স্বামীৰ বিৰুদ্ধে খবৰ দিয়ক 9132699735 নম্বৰত
আপোনাৰ পত্নীৰ বয়স কিমান? ১৮বছৰৰ তলৰ ছোৱালীক বিয়া পাতিছিল নেকি? তেন্তে সাজু হওক হাতত হেণ্ডকাফ পিন্ধিবলৈ। কাইলৈ পুৱাই আপোনাৰ ঘৰলৈ যাব আৰক্ষী।
২০১১ চনতে মুক্তি পোৱা গীতসমূহৰ ভিতৰত অন্যতম জনপ্ৰিয় গীত আছিল ৰণবীৰ কাপুৰ অভিনীত ছবি ৰকষ্টাৰৰ কুন ফায়া কুন গীতটো। এই গীতটো একপ্ৰকাৰৰ চুফী গীত ৰূপে অভিহিত কৰিব পাৰি। গীতৰ কথা