চালগিৰা আগিটোক চাংমা নামৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উতপ্ত পৰিস্থিতৰ সৃষ্টি হৈছিল GMCH ত….

চালগিৰা আগিটোক চাংমা নামৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উতপ্ত পৰিস্থিতৰ সৃষ্টি হৈছিল GMCH ত….

চালগিৰা আগিটোক চাংমা নামৰ যুৱক জনৰ পৰিয়ালৰ অভিযোগ বহু সময় লৈকে চিকিৎসাৰ অভাৱত GMCH ত পৰি আছিল। যাৰ বাবে মৃত্যু হৈছিল যুৱক জনৰ। যুৱকজন এটা পথ দূৰ্ঘটনাত পতিত হৈ অচেতন অৱস্থাত ৰাস্তা পৰি আছিল , নুনমাটি আৰক্ষীয়ে চিকিৎসাৰ বাবে যুৱক জনক লৈ আনিছিল GMCH লৈ।

Bangladeshi Woman Illegally Entering India Handed Over to Authorities; Assam Police Apprehend More Infiltrators

Bangladeshi Woman Illegally Entering India Handed Over to Authorities; Assam Police Apprehend More Infiltrators

Dhubri, Assam: In a significant operation, Assam Police apprehended Smt. Lipi Akhtar, a resident of Dhaka Division, Bangladesh, who had illegally crossed into Indian territory. Akhtar was handed back to Bangladeshi authorities after being intercepted by the police in Dhubri. According to the investigation, Akhtar entered India in the early

শীঘ্ৰেই বন্ধ হোৱাৰ দিশে ৰাজ্যৰ ১৬১ খন প্ৰাথমিক বিদ্যালয়

শীঘ্ৰেই বন্ধ হোৱাৰ দিশে ৰাজ্যৰ ১৬১ খন প্ৰাথমিক বিদ্যালয়

ৰাজ্য চৰকাৰে ‘শিক্ষা-ক্ষেত্ৰ’ আঁচনিৰ অধীনত বিলুপ্ত কৰিব এইসমূহ বিদ্যালয় ৷ ইতিমধ্যেই প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে এই সন্দৰ্ভত জাৰি কৰিছে জাননী। শিক্ষাৰ্থীৰ সংখ্যা কম হোৱাৰ বাবে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে এই বৃহৎ সংখ্যক চৰকাৰী বিদ্যালয় বন্ধ কৰিব খুজিছে ৷ এইসমূহ সমীপৱৰ্তী আন বিদ্যালয়ৰ সৈতে একত্ৰীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে । প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে

গুৱাহাটীস্হিত GNRC চিকিৎসালয়ৰ চিকিৎসকৰ প্ৰতিবাদী কাৰ্যসূচী

গুৱাহাটীস্হিত GNRC চিকিৎসালয়ৰ চিকিৎসকৰ প্ৰতিবাদী কাৰ্যসূচী

পশ্চিমবংগত চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰাৰ প্ৰতিবাদত আজি ৰাজ্য জুৰি কৰ্ম বিৰতি হাজাৰ হাজাৰ চিকিৎসকৰ । ইয়াৰ লগত সংগতি ৰাখি আজি উত্তৰ গুৱাহাটীস্হিত GNRC চিকিৎসালৰ মুখ্য দুৱাৰৰ সন্মুখত চিকিৎসক সকলে ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী । আজি জৰুৰীকালীন চিকিৎসাৰ বাহিৰে কোনো ধৰণৰ চিকিৎসা সেৱাত ভাগ নলয় GNRC ৰ চিকিৎসক সকলে ।