Young Entrepreneur Willson Marandi from Kokrajhar Secures Prestigious Accolades at TIA Awards 2024

Young Entrepreneur Willson Marandi from Kokrajhar Secures Prestigious Accolades at TIA Awards 2024

GUWAHATI: Willson Marandi, an enterprising young visionary from Kokrajhar, BTR, garnered significant recognition on Tuesday evening (August 5) at the TIA Awards 2024, held at The Hotel Palacio in Guwahati. Marandi’s innovative ventures, Smart BTR Private Limited and SIT International, were lauded with the titles of “Best Emerging Software Development

ধনশিৰি নৈৰ কাষৰীয়া ৰাইজলৈ সাৱধানবাণী গোলাঘাট জিলা প্ৰশাসনৰ!

ধনশিৰি নৈৰ কাষৰীয়া ৰাইজলৈ সাৱধানবাণী গোলাঘাট জিলা প্ৰশাসনৰ!

এৰি দিয়া হৈছে দৈয়াং বান্ধৰ পানী! NEEPCO কৰ্তৃপক্ষই জনোৱা মতে, আজি পুৱা ৬ বজাত দৈয়াং বান্ধৰ ৰিজাৰ্ভাৰৰ পানীৰ স্তৰ ৩২২.০০ মিটাৰ পোৱা গৈছে। গতিকে আজি পুৱা ১০ বজাত ৰিজাৰ্ভাৰৰ ১নং গেট ২৫ চেণ্টিমিটাৰ মুকলি কৰা হয়। দিনৰ ১২ বজাত ৰিজাৰ্ভাৰৰ পানীৰ স্তৰ ৩২২.৪০ মিটাৰ পোৱা গৈছে আৰু গেট খোলাৰ উচ্চতা

বিশ্বৰ শ্বেয়াৰ বজাৰত বৃহৎ পতন; এবেলাতে ভাৰতৰ বজাৰত ৭ লাখ কোটি টকাৰ লোকচান বিনিয়োগৰাকীৰ

বিশ্বৰ শ্বেয়াৰ বজাৰত বৃহৎ পতন; এবেলাতে ভাৰতৰ বজাৰত ৭ লাখ কোটি টকাৰ লোকচান বিনিয়োগৰাকীৰ

নিবনুৱাৰ সংখ্যা বৃদ্ধিয়ে মন্দাৱস্থাৰ দিশলৈ ঠেলি দিছে আমেৰিকাৰ অৰ্থনীতি। শুকুৰবাৰে মুকলি কৰা তথ্য মতে জুলাই মাহত ৪.৩ শতাংশলৈ বৃদ্ধি পাইছে আমেৰিকাত নিৱনুৱাৰ সংখ্যা। সেই তথ্য ৰাজহুৱা হোৱাৰ পাছতে বিশ্বৰ শ্বেয়াৰ বজাৰত বৃহৎ পতন। ১১ জুলাইত ৪২৪২৬.৭৭ পইণ্টেৰে সৰ্বকালৰ শিখৰ চোৱা জাপানৰ Nikkei 225 ইনডেক্স সোমবাৰে নামিল ৩১১৫৬.১২ পইণ্টলৈ। ১৯৮৭ চনৰ