নগাঁৱৰ বেবেজীয়াৰ মাজগাঁৱত ”সোণাইপৰীয়া শিল্পী মঞ্চ”ৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

নগাঁৱৰ বেবেজীয়াৰ মাজগাঁৱত ”সোণাইপৰীয়া শিল্পী মঞ্চ”ৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

চিত্ৰাংকন প্ৰতিযোগিতা-শিশুৰ প্ৰতিভা বিকাশৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন নিউজ ব্যুৰ’,নগাঁও,২৪জুলাই :–২০২৩চনৰ ৮জুলাইত নগাঁ‌ও জিলাৰ বৃহত্তৰ সোণাইপৰীয়া অঞ্চলৰ শিল্পীসকলৰ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনত উৎকৰ্ষ সাধনেৰে একত্ৰিত হৈ সোণাই নৈৰ সোঁ‌তে সোঁ‌তে চিৰকাল বোৱাঁই ৰখাৰ মানসেৰে ”সোণাইপৰীয়া শিল্পী মঞ্চ”ৰ প্ৰতিষ্ঠা হয় । মঞ্চৰ প্ৰতিষ্ঠা দিৱসটি অহা ২৬ জুলাইত (শুক্ৰবাৰে) বেবেজীয়াৰ সমীপৰ মাজগাঁৱত আয়োজন

পৰ্যালোচনা বৈঠকৰ বাবে নগাঁৱত উপস্থিত মন্ত্ৰী পীযুষ হাজৰীকা

পৰ্যালোচনা বৈঠকৰ বাবে নগাঁৱত উপস্থিত মন্ত্ৰী পীযুষ হাজৰীকা

নিউজ ব্যুৰ’,নগাঁও,২৩জুলাই :–শেহতীয়া বানত নগাঁও পৌৰসভাৰ কেইবাটাও মহলাকে ধৰি চহৰখনৰ পাৰ্শ্বৱৰ্তী কলঙৰ পাৰৰ কিছু অঞ্চল প্লাবিত হৈছিল। বানৰ কবলত পৰা লোকসকলক পৰৱৰ্তী সময়ত আশ্ৰয় শিৱিৰলৈ স্থানান্তৰিত কৰা হৈছিল। বৰ্তমান কলঙৰ জলপৃষ্ঠ কিছু হ্ৰাস পোৱাত বহু লোক ইতিমধ্যে শিৱিৰৰ পৰা নিজ গৃহলৈ গৈছে। অৱশ্যে কিছু লোকৰ গৃহৰ পৰা এতিযাও পানী সম্পূৰ্ণ