চামগুৰিৰ ফটো সাংবাদিক ধনটি হীৰাৰ ৰহস্যজনক মৃত্যুৰ এবছৰ হোৱাৰ পিছতো ন্যায় পোৱা নাই পৰিয়ালৰ লোকে

চামগুৰিৰ ফটো সাংবাদিক ধনটি হীৰাৰ ৰহস্যজনক মৃত্যুৰ এবছৰ হোৱাৰ পিছতো ন্যায় পোৱা নাই পৰিয়ালৰ লোকে

নিউজ ব্যুৰ’,নগাঁও,১৭জুলাই :–নগাঁও জিলাৰ চামগুৰিৰ এটা চেটেলাইট চেনেলৰ ফটো সাংবাদিক ধনটি হীৰাৰ ৰহস্যজনক মৃত্যু এবছৰ পাৰ হ’ল যদিও বৰ্তমানলৈকে পৰিয়ালৰ লোকে কোনো সুদুত্তৰ পোৱা নাই বুলি অভিযোগ উঠিছে । মংগলবাৰে বছৰেকীয়া আদ্যশ্ৰাদ্ধৰ দিনটোত প্ৰয়াত ফটো সাংবাদিকগৰাকীৰ বাসগৃহত বিৰাজ কৰিছে শোকাকুল পৰিবেশ ৷ একমাত্ৰ পুত্ৰক অকালতে হেৰুৱাৰ বেদনা সহিব নোৱাৰি এতিয়া

নগাঁৱৰ আমোলাপট্টিত চোৰৰ লুটপাত,৩লাখ টকাৰ গহনা চুৰি

নগাঁৱৰ আমোলাপট্টিত চোৰৰ লুটপাত,৩লাখ টকাৰ গহনা চুৰি

নিউজ ব্যুৰ’,নগাঁও,১৭জুলাই :-নগাঁও চহৰৰ সমীপৰ আমোলাপট্টিত গৃহস্থ নথকাৰ সুবিধা লৈ চোৰে লুটি নিলে বহু মূল্যবান সামগ্ৰী । মংগলবাৰে নিশা প্ৰশান্ত কুমাৰ বৰাৰ ঘৰত এক চুৰিৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে,চিকিৎসাজনিত কাৰণত গুৱাহাটীৰ পৰা প্ৰশান্ত কুমাৰ বৰা মঙলবাৰে নিশা নগাঁও চহৰৰৰ আমোলাপট্টিৰ বাসগৃহত উপস্থিত হোৱাৰ পিছতে ঘৰৰ দুৱাৰৰ খোলা অৱস্থাত

নগাঁৱৰ ৰহাত যান্ত্ৰিক পদ্ধতিৰে ধান ৰোপণ কৰা ব্যৱস্থাৰ শুভাৰম্ভ

নগাঁৱৰ ৰহাত যান্ত্ৰিক পদ্ধতিৰে ধান ৰোপণ কৰা ব্যৱস্থাৰ শুভাৰম্ভ

নিউজ ব্যুৰ’,নগাঁও,১৭জুলাই :–কৃষক সকলৰ সুবিধাৰ্থে নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰ‌ই গ্ৰহণ কৰিছে এক উল্লেখযোগ্য পদক্ষেপ। অসম কৃষি বিশ্ববিদ্যালয়ৰ নিৰ্দেশনা অনুসৰি কৃষি বিজ্ঞান কেন্দ্ৰ,নগাঁৱৰ উদ্যোগত ৰহা মহকুমা কৃষি বিভাগৰ অধীনস্থ বগৰিগুৰি পথাৰত যান্ত্ৰিক পদ্ধতিৰে ধান ৰোপণ কৰা ব্যৱস্থাৰ শুভাৰম্ভণি কৰা হয়। কৃষি বিজ্ঞান কেন্দ্ৰ,নগাঁৱৰ উদ্যোগত ৰহাৰ বগৰিগুৰি পথাৰৰ প্ৰায় ৩০০বিঘা মাটিত যান্ত্ৰিক

চলিত বৰ্ষৰ প্ৰথমটো বানত কাজিৰঙাত ১০টা গঁড়কে ধৰি ২১২টা বন্যপ্ৰাণীৰ মৃত্যু

চলিত বৰ্ষৰ প্ৰথমটো বানত কাজিৰঙাত ১০টা গঁড়কে ধৰি ২১২টা বন্যপ্ৰাণীৰ মৃত্যু

নিউজ ব্যুৰ’,নগাঁও,১৬জুলাই :–বানত বিধ্বস্ত অসম।মানুহৰ লগতে জীৱকুলেও আলৈ-আহুকালৰ সন্মুখীন হৈছে আহাৰমহীয়া বানত ৷ চলিত বৰ্ষৰ প্ৰথমটো বানত কাজিৰঙাত ১০টা গঁড়কে ধৰি ২১২টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে । বান শুকাই যোৱাৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বহু বন্যপ্ৰাণীৰ মৃত্যু ঘটিছে । বানত বিধ্বস্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড°