কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৬টা গঁড়সহ ১৩৭টা বন্যপ্ৰাণীৰ মৃত্যু

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৬টা গঁড়সহ ১৩৭টা বন্যপ্ৰাণীৰ মৃত্যু

নিউজ ব্যুৰ’,নগাঁও,১০জুলাই:–ৰাজ্যৰ বান পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহিছে যদিও আজিও জলমগ্ন হৈ আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ বৰ্তমানেও পানীৰ তলতে আছে কাজিৰঙাৰ বহু কেইটা বন শিবিৰ এলেকা ৷ শেহতীয়া তথ্য মতে চলিত বৰ্ষৰ বিধ্বংসী বানত কাজিৰঙাত মুঠ ৬টা গঁড়সহ ১৩৭টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে। উদ্যান কৰ্তৃপক্ষই কয় যে বৰ্তমানলৈকে দুটা গঁড়ৰ পোৱালিকে

নগাঁৱৰ চামগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বিষাক্ত উদ্ভিদ পাৰ্থেনিয়াম, জনস্বাস্থ্যৰ প্ৰতি কঢ়িয়াই আনিছে ভাবুকি

নগাঁৱৰ চামগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বিষাক্ত উদ্ভিদ পাৰ্থেনিয়াম, জনস্বাস্থ্যৰ প্ৰতি কঢ়িয়াই আনিছে ভাবুকি

নিউজ ব্যুৰ’,নগাঁও,১০জুলাই :– ৰাজ্যখনৰ বিভিন্ন স্থানৰ লগতে নগাঁও জিলাৰ চামগুৰিৰ বিভিন্ন অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দিনকদিনে বৃদ্ধি পাইছে বিষাক্ত উদ্ভিদ পাৰ্থেনিয়াম। ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা গাঁৱৰ ৰাস্তা- ঘাটলৈকে বিস্তাৰিত হৈ ভয়ংকৰ ৰূপত বৃদ্ধি পোৱা পাৰ্থেনিয়ামে বৰ্তমান জনস্বাস্থ্যৰ প্ৰতি কঢ়িয়াই আনিছে ভাবুকি। চামগুৰিৰ লগতে আমনি,মিছা, ৰঙাগড়া,আমনিগাঁও,পহুকটা,গড়মূৰ, ভেলেউগুৰি,তেলিয়াগাঁও,পুৰণিগুদাম আদিকে ধৰি বিভিন্ন অঞ্চলৰ

প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে জিলা জিলাই বিনামূলীয়া ক’চিং চেণ্টাৰ-ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে জিলা জিলাই বিনামূলীয়া ক’চিং চেণ্টাৰ-ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

নিউজ ব্যুৰ’,নগাঁও,৭জুলাই :–প্ৰজন্মই প্ৰজন্মই যোগ্য প্ৰশাসনিক বিষয়া সৃষ্টিৰ প্ৰয়োজন আছে অসমত।প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে জিলা জিলাই বিনামূলীয়া ক’চিং চেণ্টাৰ খোলা হ’ব ৷—–এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। ৰবিবাৰে সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত,নগাঁও মহকুমা ছাত্ৰ সন্থাৰ সহযোগত আৰু নগাঁও সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ

অসমৰ বান-গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দায়িত্ব সম্পূৰ্ণভাৱে কেন্দ্ৰীয় চৰকাৰে ল’ব লাগিব

অসমৰ বান-গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দায়িত্ব সম্পূৰ্ণভাৱে কেন্দ্ৰীয় চৰকাৰে ল’ব লাগিব

হাতীমুৰাৰ শ্লুইচ গেট সংযোগী বান্ধটো নিম্নমানদণ্ডৰ নিউজ ব্যুৰ’,নগাঁও,৮জুলাই:–অসমৰ বান পৰিস্থিতিকলৈ কেন্দ্ৰীয় চৰকাৰে দেখুওৱা অমনোযোগিতাকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই । ৰবিবাৰে নগাঁৱত ভট্টাচাৰ্যই সংবাদ মাধ্যমক কয় যে শেহতীয়া বান আৰু গৰাখহনীয়াকলৈ আমি উদ্বিগ্ন। ৫৩জনকৈ লোকৰ প্ৰাণ গ’ল। কিন্তু দেশৰ প্ৰধানমন্ত্ৰীজন মৌন আৰু নিস্ক্ৰিয়।