নগাঁও উকীল সন্থাৰ কামপুৰ আৰু ৰহাত বান সাহায্য প্ৰদান

নগাঁও উকীল সন্থাৰ কামপুৰ আৰু ৰহাত বান সাহায্য প্ৰদান

নিউজ ব্যুৰ’,নগাঁও,৩জুলাই :–বান বিধ্বস্ত নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰ আৰু ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো ৰাজহ গাঁৱৰ বানাক্ৰান্তসকলৰ মাজত নগাঁও উকীল সন্থাৰ এটি দলে ৰবিবাৰে বান সাহায্য প্ৰদান কৰে। নগাঁও উকিল সন্থাৰ সভাপতি আবুল হাচিম খণ্ডকাৰ আৰু সাধাৰণ সম্পাদক অজিত কুমাৰ বৰাৰ নেতৃত্বত যোৱা অধিবক্তাৰ দলটিয়ে আজি পুৱাৰ ভাগত ৰহা

মণিপুৰৰ ভূমিস্খলনত নিহত চাৰি শ্ৰমিকৰ মৃতদেহ স্ব-গৃহত উপস্থিত,স্ব-গৃহত শোকাকুল পৰিৱেশ

মণিপুৰৰ ভূমিস্খলনত নিহত চাৰি শ্ৰমিকৰ মৃতদেহ স্ব-গৃহত উপস্থিত,স্ব-গৃহত শোকাকুল পৰিৱেশ

নিউজ ব্যুৰ’,নগাঁও,৩জুলাই :–মণিপুৰৰ ননী জিলাৰ টুপুলত সংঘটিত হোৱা ভয়ংকৰ ভূমিস্খলনত মৰিগাঁও জিলাৰ লাহৰীঘাটৰ কুশতলি অঞ্চলৰ আজি পৰ্যন্ত ৭ জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছে । ৰবিবাৰে ৪ জন শ্ৰমিকৰ নশ্বৰদেহ স্ব-গৃহত অনাৰ লগে লগে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় । অঞ্চলটোৰ খোৰাগোসাঁই বড়ি গাঁৱৰ গোপাল ফুকন,পল্লৱ লৰম,লাউভুৰুঙ্গা গাঁৱৰ হৰমোহন ডেকা আৰু