Actor Amber Heard has been a controversial figure for quite some time after all the limelight she got during the trial of the highly publicised Defamation case against ex-Husband Johnny Depp. Days after Amber lost the case to Johnny Depp, rumours were floating around that she has been removed from
নেৰানেপৰা বৰষুণৰ ফলত গুৱাহাটীৰ বহু স্থানত বৰ্তমানো ভূমিস্খলন আৰু কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ আছে৷গুৱাহাটীবাসীলৈ প্ৰশাসনৰ পুনৰ জৰুৰী নিৰ্দেশনা।বানৰ কৱলত পৰা মহানগৰবাসীক সহায়ৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা সকলো সতৰ্ক হৈ আছে বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্তই৷ মঙলবাৰে মহানগৰৰ পৰিস্থিতি চাই স্কুল কলেজ বন্ধ দিয়া হৈছিল৷যদি পৰিস্থিতি আৰু বেয়া হয় তেতিয়া পুনৰ
কাছাৰ কোষাগাৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহকাৰী হিচাপৰক্ষক মোহন সিঙক উৎকোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে। বুধবাৰৰ দুপৰীয়া ডিৰেক্টৰেট অৱ ভিজিলেঞ্চ আৰু দুৰ্নীতি নিবাৰণ বিভাগৰ বিষয়াসকলে কাছাৰ আৰক্ষীৰ সহযোগত অভিযান চলাই উৎকোচ গ্ৰহণ কৰি থকাৰ সময়তে চৰকাৰী বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰে।বিষয়া গৰাকীয়ে এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পৰা ১০ হাজাৰ টকা উৎকোচ গ্ৰহণ কৰি থকা
Bollywood actor Huma Quereshi was seen in a funny mood as she took to social media and shared some lively pictures of herself, urging everyone to manifest their ‘best life. “Manifest your best life. And while the Universe does its magic… continue to be a goofball… PS – no scooters
যোৱানিশা মুষলধাৰে হোৱা বৰষুণৰ পানী জমা হৈ ধুবুৰী চহৰৰ ঠায়ে ঠায়ে অবৰ্ণনীয় পৰিস্থিতিৰ উদ্ভৱ হয়। বৰষুণৰ পানী জমা হৈ সৃষ্টি কৃত্ৰিম বানপানীত চহৰখনৰ মূল বজাৰৰ এন. এছ. ৰোড নামৰ পথছোৱা বুৰ যোৱাৰ সমান্তৰালকৈ নিউ মাৰ্কেটস্থিত ধুবুৰী পৌৰসভা নিয়ন্ত্ৰণাধীন মাছ আৰু মাংসৰ বজাৰতো পানী জমা হৈ এক পূতিগন্ধময় পৰিৱেশৰ সৃষ্টি কৰে।