২০ ছেপ্টেম্বৰত নগাঁৱৰ জামুগুৰিত উন্মোচন হ’ব স্বাধীনতা সংগ্ৰামী শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্তি

২০ ছেপ্টেম্বৰত নগাঁৱৰ জামুগুৰিত উন্মোচন হ’ব স্বাধীনতা সংগ্ৰামী শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্তি

নিউজ ব্যুৰ’,নগাঁও,১ জুলাই:–নগাঁও জিলাৰ ইতিহাস বিজড়িত বেবেজীয়াৰ জামুগুৰি গাঁৱৰ সাহসী সন্তান তথা ১৯৪২ৰ স্বাধীনতা আন্দোলনৰ বীৰ শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্তিটি অহা ২০ছেপ্টেম্বৰত জামুগুৰিত উন্মোচিত হ’ব ৷ ইতিমধ্যে এইগৰাকী অতুল্য প্ৰেৰণাৰ প্ৰতীক শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্ত্তি ভাগ আজিৰ পৰা প্ৰায় তিনিবছৰ পূৰ্বে নাথ যোগী ছাত্ৰ সন্থাৰ দ্বাৰা নিৰ্মাণ আৰু উন্মোচনৰ দিহা

এলাগী হোৱাৰ পথত জখলাবন্ধা চহৰ, কৃষিভূমি-জলাশয় ধ্বংস কৰি ফ’ৰলেনৰ জৰীপ আৰম্ভ

এলাগী হোৱাৰ পথত জখলাবন্ধা চহৰ, কৃষিভূমি-জলাশয় ধ্বংস কৰি ফ’ৰলেনৰ জৰীপ আৰম্ভ

নিউজ ব্যুৰ’,নগাঁও,১জুলাই:–একাংশ ক্ষমতাশালী ৰাজনৈতিক নেতাৰ স্বাৰ্থসিদ্ধি তথা কূটিল অভিসন্ধিৰ বাৱেই সম্প্ৰতি ফ’ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ দিশ সলনি হোৱা বিষয়টোৱে ৰাইজক ক্ষুব্ধ কৰি তুলিছে। নগাঁও জিলাৰ কলিয়াবৰৰ জখলাবন্ধা চহৰৰ মাজেদি ফ’ৰলেন নোযোৱা বুলি নিশ্চিত হোৱাত এতিয়া ক্ষুব্ধ হৈ পৰিছে কুঁৱৰীটোল,হাটবৰ আৰু জখলাবন্ধা বাসী ৰাইজ। জখলাবন্ধা চহৰখন এলাগী হোৱাৰ লগে লগে ইয়াৰ

Sarbananda Sonowal calls on JP Nadda for Swift Capacity Expansion with Nano Urea Plants at Namrup

Sarbananda Sonowal calls on JP Nadda for Swift Capacity Expansion with Nano Urea Plants at Namrup

Union Minister JP Nadda reiterated Union Minister Sarbananda Sonowal regarding Modi Govt’s commitment to expand capacity and modernise the Brahmaputra Valley Fertiliser Corporation LimitedInvestment of ₹500 crores is expected soon for the Two Nano Urea Plant at BVFC in Namrup, asserts Union Minister Sarbananda SonowalSarbananda Sonowal also extended best wishes