উৎসৱৰ বতৰা লৈ ধৰালৈ আগমণ ঘটিছে ঋতু ৰাণী শৰতৰ। শাৰদীয় উৎৱৰ এই বতৰক অধিক প্ৰাণৱন্ত কৰি তুলিলে দেৱী দুৰ্গাৰ আগমণে। আজি মহালয়া। শক্তিৰূপিণী মা দুৰ্গা ধৰাৰ বুকলৈ নামিছে। দুষ্টক দমন
আজি পবিত্ৰ মহালয়া। পিতৃ পক্ষৰ অন্ত আৰু দেৱীৰ পক্ষৰ সূচনা হোৱাৰ দিনাই কৈলাশৰ পৰা মৰ্ত্যলৈ নামিছে দুৰ্গতি নাশিনী মা দুৰ্গা। মহালয়াৰ পুৱা চণ্ডীপাঠৰ জৰিয়তে দেৱী দুৰ্গাক ধৰালৈ আমন্ত্ৰণ জনোৱা হয়।
কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগে দেশৰ ১৪খন বানপীড়িত ৰাজ্যলৈ আৰ্থিক অনুদান মোকলাই দিয়াৰ কথা মঙলবাৰে ঘোষণা কৰিছে। ইয়াৰ ভিতৰত অসমৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৭১৬ কোটি টকাৰ আৰ্থিক অনুদান মোকলাই দিছে। উল্লেখযোগ্য
“ঋণৰ ওপৰতে ঋণ লৈ ৰাজ্যখনক অৰ্থনৈতিকভাৱে নিশকতীয়া কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ! ৰাজ্যৰ বিৰোধী দল, অৰাজনৈতিক সংগঠন তথা বৌদ্ধিক মহলৰ সমালোচনাৰ পাছতো অব্যাহত আছে চৰকাৰখনৰ ঋণৰ ওপৰত
মহালয়াৰ পুৱাই তিতাবৰৰ গোবিন্দপুৰ চাহ বাগিছাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। এগৰাতী যুৱতীৰ মৃত্যুক কেন্দ্ৰ কৰি সংঘটিত হয় এই উত্তপ্ত পৰিস্থিতিৰ। জানিব পৰা মতে বাগিছাখনৰ ৩০ বছৰীয়া যুৱতী ললিতা পাইক পুৱতি