মঙলবাৰে মহানগৰীৰ বিজুলী ভৱনত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে গৰজি উঠিল ৰাইজৰ দল ৷ আঞ্চলিক ৰাজনৈতিক দলটোৰ কামৰূপ মহানগৰ জিলা সমিতিৰ কে’বা শতাধিক কৰ্মীয়ে হাতত প্লেকাৰ্ড লৈ বিজুলী ভৱনৰ সন্মুখত অৱস্থান কৰি স্মাৰ্টমিটাৰৰ বিৰুদ্ধে
খ্যাতনামা সমাজ সংগঠক, লেখিকা, সংগীত শিল্পী শিখা শৰ্মাক বিশ্ব হিন্দু পৰিষদৰ খানাপাৰা প্ৰখণ্ডৰ উপ-সভাপতি হিচাপে মনোনীত কৰা হৈছে। বিশ্ব হিন্দু পৰিষদৰ উত্তৰ-পূব প্ৰান্তৰ মঠ-মন্দিৰ, অৰ্চক-পুৰোহিত প্ৰমুখ শুভাৰম বৰা, ৰাষ্ট্ৰীয় স্বয়ংসেৱক
#উমা পাটৰক সভানেত্ৰী-আয়েফা বেগমক সম্পাদিকা হিচাপে নতুন সমিতি গঠন নিউজ ব্যুৰ’,নগাঁও,১অক্টোবৰ:–সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলাৰ দলংঘাট ব্লক সন্মিলনখনি আজি অনুষ্ঠিত হৈ যায়। এই উপলক্ষে চমুৱাগাঁওস্থিত শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ত
নিউজ ব্যুৰ’,নগাঁও,১অক্টোবৰ:–অসম প্ৰাদেশিক যোগী মহিলা সন্মিলনীৰ বৰ্দ্ধিত কাৰ্যকৰী সভাখন নগাঁও জিলাৰ যোগী সন্মিলনীৰ ৰহাত নিৰ্মাণ কৰি থকা কাৰ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হয়। নগাঁও জিলা যোগী সন্মিলনী আৰু ৰহা নাথ সমাজৰ মহিলা
নিউজ ব্যুৰ’,নগাঁও,১অক্টোবৰ :–তেজপুৰ বিশ্ববিদ্যালয়ৰ DPIIT-IPRৰ অধ্যাপক প্ৰীতম দেৱৰ সহযোগত নগাঁৱৰ আগশাৰীৰ খাগৰিজান মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ উদ্যোগত “বৌদ্ধিক সম্পত্তিৰ অধিকাৰ,পেটেণ্ট আৰু গৱেষণা” বিষয়ক এসপ্তাহজোৰা অনলাইন অনুষদ বিকাশ কাৰ্যসূচী (FDP)ৰ