চিলাপথাৰৰ  বিভিন্ন অঞ্চলত ধুমুহাৰ তাণ্ডৱ

চিলাপথাৰৰ বিভিন্ন অঞ্চলত ধুমুহাৰ তাণ্ডৱ

চিলাপথাৰৰ ডিমৌত শুক্ৰবাৰে সন্ধিয়া ৬ মান বজাত  হঠাৎ অহা বিধ্বংসী ধুমুহাৰ  ফলত দিজমুৰ, শ্যামজুলীকে ধৰি কেইবাখনো গাঁৱত অৰ্ধশতাধিক  পৰিয়ালৰ ঘৰ ,ভড়ালৰ টিনপাত উৰোৱাই ভাঙি লণ্ড ভণ্ড কৰে। ফলত ওৰেনিশা কোনোৰকম কটাবলগীয়া হ’ল এই সকল  ক্ষতিগ্ৰস্ত  পৰিয়ালে ৷ হঠাৎ অহা বিধ্বংসী ধুমুহাত বাসগৃহ, বহু  মূল্যবান গছ-গছনিৰ উভালি পৰে। লগতে বিদ্যুতৰ খুঁটা