Sneha George has been replaced by Riya Tirkey as the new Femina Miss India Jharkhand 2022 on Friday informed the Femina Miss India Instagram page. They posted on Instagram, “Due to some unforeseen circumstances, we have elected a new representative for the state of Jharkhand for VLCC presents Femina Miss
Chief Minister of Assam announced that the results of the High School Leaving Certificate examination will be announced on 7th June 2022. With around 4 lakh students waiting for the Assam Class 10 Results 2022, there have been rumors and speculations about the HSLC Results Date.
আজি আবেলি প্ৰায় ৩-৩০ মান বজাত সৰুপেটাৰ সমীপৰ কদমতলাত মানস টুৰিষ্ট হাইৱেত হোৱা এক নৃশংস চুৰিকাঘাতৰ ঘটনাত এগৰাকী যুৱতী গুৰুতৰ ৰূপে আহত হয়।যুৱতী গৰাকীয়ে বৰ্তমান বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসালয়ত জীৱন-মৃত্যুৰে সৈতে যুঁজি থকাৰ বাতৰি পোৱা গৈছে। গুৰুতৰভাৱে আহত যুৱতীগৰাকী সাউদৰ ভিঠা গাৱৰ মমতা বসুমতাৰী (১৯) বুলি জানিব পৰা গৈছে
বঙাইগাঁও জিলাৰ অভয়াপুৰীস্থিত মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাগৃহত আজি কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয় । সভাৰ আৰম্ভণিতে পৰিষদৰ সাধাৰণ সদস্য ধৰ্মেন্দ্ৰ ৰায়ৰ আকস্মিক মৃত্যুত সভাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে । আজিৰ সভাই কে’বাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । বিশেষকৈ কে এল অ’ –
👉পুনৰ বিলাতী সুৰাৰ দাম বৃদ্ধি 👉১৫ জুনৰ পৰা ৬৫ শতাংশকৈ বাঢ়িব সুৰাৰ দৰ 👉ৰেগুলাৰ ব্রেণ্ডৰ বটলত ন্যূনতম বৃদ্ধি পাব ৯২ টকাকৈ 👉জেনেৰেল ব্রেণ্ডৰ প্রতি বটলত বাঢ়িব ৮০ টকাকৈ 👉ক্লাছিক প্রিমিয়াম ব্রেণ্ডৰ সুৰাৰ প্রতি বটলত কমেও ৩৫০ টকাকৈ পাব বৃদ্ধি 👉আবকাৰী বিভাগৰ জাননী জাৰি