ডাউনত আমাজন প্ৰাইমৰ জনপ্ৰিয় ৱেব ছিৰিজ পঞ্চায়তে মানুহক যথেষ্ট মনোৰঞ্জন দিছিল।জীতেন্দ্ৰ কুমাৰ,নীনা গুপ্তা আৰু ৰঘুবীৰ যাদৱ অভিনীত পঞ্চায়তে মানুহক কঠিন সময়তো এক পৃথক ৰস দিবলৈ সক্ষম হৈছিল।সেইবাবে দ্বিতীয় ছিজনৰ বাবে যথেষ্ট আগ্ৰহেৰে অপেক্ষা কৰি আছিল চলচ্চিত্ৰ প্ৰেমী সকলে। সেয়েহে এই চুপাৰহিট ৱেবছিৰিজৰ দ্বিতীয় চিজনৰ মুক্তিৰ লগে লগে সৰ্বত্ৰে লাভ কৰিছে
নগাঁও জিলাৰ চামগুৰিৰ ভেলেউগুৰিত কালি জিলাখনৰ অাগশাৰীৰ ছ’ছাঁ অকাডেমীৰ এটি শাখা শুভ উদ্বোধন কৰা হয় । এই উপলক্ষে আয়োজিত সভাত সভাপতিত্ব কৰে বিশিষ্ট সমাজকৰ্মী মৃদুল কুমাৰ কলিতাই । ছ’ছাঁ অকাডেমীৰ সম্পাদক নিতুল শইকীয়াই আঁত ধৰা সভাখনিত বিশিষ্ট সমাজকৰ্মী পংকজ কুমাৰ মুদৈকে ধৰি বহুকেইজন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে । উল্লেখ্য যে
ক’লকাতাৰ বি টি ৰ’ডত অৱস্থিত ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ে নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিৰ কল্পিতা দেৱীক ভ’কেল মিউজিকত সন্মানীয় পি এইচ ডি ডিগ্ৰী প্ৰদান কৰিছে । ক’লকাতাৰ নুপুৰ গাংগুলীৰ তত্বাৱধনাত অধ্যয়ন কৰা কল্পিতাৰ বিষয়বস্তু আছিল মিউজিকেল কনট্ৰিবিউচনচ অফ আচাৰ্য চিন্ময় লাহিড়ী টুৱাৰ্ডছ দ্যা ডেভেলপমেণ্ট অফ ক্লাছিকেল মিউজিক ইন ৱেষ্ট বেংগল (Musical
The flood situation in Assam has been improving but the situation is still grim in Nagaon, Cachar and Morigaon districts. The water level in most parts of the state is receding and the number of flood-affected districts has also come down on Tuesday. According to the report of the Assam
“কম দিনৰ ভিতৰতে বিটিচিত বিপিএফে পুনৰ গঠন কৰিব চৰকাৰ৷মিত্ৰজোঁটৰ ১২ জন পাৰিষদৰ সহযোগত গঠন কৰিব চৰকাৰ ৷ ইতিমধ্যে এই সন্দৰ্ভত হোৱা আলোচনা প্ৰক্ৰিয়া শেষ হৈছে ৷ উপ নিৰ্বাচনৰ পিছতে বিটিচিত বিপিএফ দলৰ চৰকাৰ গঠন কৰা হ’ব”- সোমবাৰে বাক্সাৰ মুছলপুৰত আয়োজন কৰা এক নিৰ্বাচনী প্ৰচাৰত অংশ লৈ এই মন্তব্য কৰে বিপিএফৰ