’অইল ইণ্ডিয়া লিমিটেড’ত চাকৰিৰ নামত দুলীয়াজানত লুণ্ঠনৰ বলি হল লখিমপুৰৰ যুৱক

’অইল ইণ্ডিয়া লিমিটেড’ত চাকৰিৰ নামত দুলীয়াজানত লুণ্ঠনৰ বলি হল লখিমপুৰৰ যুৱক

দুলীয়াজানত লুন্ঠনৰ বলি হ’ল লখিমপুৰৰ যুৱক। লখিমপুৰৰ নাওবৈচাৰ  তৰুণ গোস্বামী নামৰ যুৱকজনে দুলীয়াজানত বেচৰকাৰী ভাবে বিদ্যুতৰ কাম কৰিছিল৷ প্ৰায় ১৭ বছৰ কাম কৰি থকা তৰুণ গোস্বামীক উজ্বল শইকীয়া, মুকুল বৰুৱা, ৰছিদ আহমেদ নামৰ ব্যক্তি কেইজনে ’অইল’ত তেওঁক স্থায়ী চাকৰি দিয়াৰ প্ৰলোভন দি টকা বিচাৰে। তৰুণ গোস্বামীয়েও এই প্ৰৱঞ্চক চক্রৰ জালত