আজি আবেলি প্ৰায় ৩-৩০ মান বজাত সৰুপেটাৰ সমীপৰ কদমতলাত মানস টুৰিষ্ট হাইৱেত হোৱা এক নৃশংস চুৰিকাঘাতৰ ঘটনাত এগৰাকী যুৱতী গুৰুতৰ ৰূপে আহত হয়।যুৱতী গৰাকীয়ে বৰ্তমান বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসালয়ত
বঙাইগাঁও জিলাৰ অভয়াপুৰীস্থিত মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাগৃহত আজি কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয় । সভাৰ আৰম্ভণিতে পৰিষদৰ সাধাৰণ সদস্য ধৰ্মেন্দ্ৰ ৰায়ৰ আকস্মিক মৃত্যুত সভাই গভীৰ শোক প্ৰকাশ কৰাৰ
👉পুনৰ বিলাতী সুৰাৰ দাম বৃদ্ধি 👉১৫ জুনৰ পৰা ৬৫ শতাংশকৈ বাঢ়িব সুৰাৰ দৰ 👉ৰেগুলাৰ ব্রেণ্ডৰ বটলত ন্যূনতম বৃদ্ধি পাব ৯২ টকাকৈ 👉জেনেৰেল ব্রেণ্ডৰ প্রতি বটলত বাঢ়িব ৮০ টকাকৈ 👉ক্লাছিক প্রিমিয়াম
কটন ছাইকেল কমিউনিটি আৰু কটন বিশ্ব বিদ্যালয়ৰ ছাত্ৰসকলে আজি বিশ্ব ছাইকেল দিৱস উপলক্ষে এক ছাইকেল ৰেলী উলিয়ায়।
ষ্টেট হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামানে আজি গুৱাহাটীৰ ইছলামপুৰস্থ হাজি মুছাফিৰ খানাত হজ যাত্ৰাৰ প্ৰাকক্ষণত এক প্ৰেছ মেল সম্বোধন কৰে। স্বাস্থ্যকৰ্মীয়ে যাত্ৰীসকলৰ কভিড -১৯ পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰে। আজি