গুৰুজনাৰ জন্মস্থান আলিপুখুৰী পাটেকীবড়ি সত্ৰৰ ১৩ বিঘা ৭ লেচা ভুমি বেদখলমুক্ত কৰিলে মৰিগাওঁ জিলা প্ৰশাসনে

গুৰুজনাৰ জন্মস্থান আলিপুখুৰী পাটেকীবড়ি সত্ৰৰ ১৩ বিঘা ৭ লেচা ভুমি বেদখলমুক্ত কৰিলে মৰিগাওঁ জিলা প্ৰশাসনে

জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান শ্ৰীশ্ৰী আলিপুখুৰী পাটেকীবড়ি সত্ৰৰ ভূমি বেদখলৰ বহুদিনীয়া সমস‍্যাটো সমাধান কৰিবলৈ সক্ষম হৈছে অসম চৰকাৰ । অসমৰ মুখ‍্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত‍্যক্ষ হস্তক্ষেপত আৰু অসম সত্ৰ ভূমি বেদখল আৰু পুনৰীক্ষণ আয়োগৰ অধ‍্যক্ষ তথা আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ উদ‍্যোগত অৱশেষত গুৰুজনাৰ জন্মস্থান আলিপুখুৰী পাটেকীবড়ি