জেলৰ পৰা ওলাই আহিয়েই বিদ্ৰোহী সংগঠন “আপলাৰ” (এ পি এল এ) সেনা প্ৰধান ছাহিল মুণ্ডা বিস্ফোৰক মন্তব্য গোলাঘাট আৰক্ষীৰ বিৰূদ্ধে ।চক্ৰান্তমূলক ভাবে আটক কৰি জেল হাজোটলৈ প্ৰেৰণ কৰিছিল ছাহিল মুণ্ডাসহ “আপলাৰ”(এ পি এল এ) আন এজন সদস্য “জয়ন্ত হাও” ক । 2019 চনৰ পৰা যুদ্ধ বিৰতিত থকা আনলা গোটৰ পৰা
নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ৰণথলীত সৰ্প দংশনত এজন ব্যক্তিৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷ মৃত্যুক সাৱতি লোৱা ব্যক্তিজন হৈছে প্ৰদীপ বনিয়া(৩৪) ৷ মৃত বনিয়াৰ ঘৰ নগাঁও জিলাৰ ৰণথলি আদৰ্শ গাঁৱত ৷ জানিব পৰা মতে কালি বিয়লি প্ৰায় চাৰি বজাত প্ৰদীপ বনিয়াই ৰণথলি আদৰ্শ গাঁৱৰ সাপেখাতি বিলৰ পাৰলৈ
দেশ কঁপাই যোৱা শ্বীনা বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীক জামিন প্ৰদান ৷ জামিন প্ৰদান কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে ৷ 2012 চনৰ 24 এপ্ৰিলত সংঘটিত হৈছিল শ্বীনা বৰাৰ হত্যাকাণ্ড৷ শেহতীয়াকৈ মুখাৰ্জীয়ে চিবিআইলৈ এখন পত্ৰ প্ৰেৰণ কৰি কন্যা শ্বীনা বৰা জীয়াই থকা বুলি দাবী তুলি চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷ চিবিআয়ে স্পষ্ট
অভিজাত গুৱাহাটী মহানগৰীত চোৰৰ উপদ্ৰৱ পুনৰ বৃদ্ধি পাইছে। মহানগৰীৰ ভিন্ন প্ৰান্তত প্ৰায় প্ৰতিদিনে চোৰে চলাইছে লুট-পাত । শেহতীয়াকৈ সাতগাঁও অঞ্চলত চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে । চোৰৰ অতপালি ৰোধ কৰাত ব্যৰ্থ স্মাৰ্ট মহানগৰ আৰক্ষী । অৱশ্যে এইবাৰ সাতগাঁও আৰক্ষীয়ে চোৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। এক পুৰণি চুৰিকাণ্ড সন্দৰ্ভত অভিযান চলায়
K-pop group Girls’ Generation will make a comeback with a new album to celebrate their 15th anniversary. Their agency SM Entertainment said on the 17th, “Girls’ Generation will bring new album for fans that have loved and supported for a long time in August.” The new album will be released