লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত গুণোৎসৱৰ প্ৰশিক্ষণ

লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত গুণোৎসৱৰ প্ৰশিক্ষণ

লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি গুণোৎসৱ-২০২২ (তৃতীয় অংশ) ৰ বহি: মূল্যাংকণৰ এক এদিনীয়া প্ৰশিক্ষণ অনুষ্টিত হৈ যায়। লখিমপুৰ জিলা সমগ্ৰ শিক্ষা মিছনৰ উদ্যোগত আয়োজিত এই প্ৰশিক্ষণ কাৰ্য্যসুচী  উদ্ধোধন কৰে লখিমপুৰ জিলাৰ উপায়ুক্ত সুমীত সাত্তাৱনে। লখিমপুৰ জিলাৰ উন্নয়ন আয়ুক্ত মনোজ কুমাৰ বৰুৱা আৰু লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লোহিত হাজৰিকাৰ উপস্তিতিত  উদ্দেশ্য