নতুন Scorpioৰ ফটো লীক, প্ৰথমবাৰৰ বাবে প্ৰকাশ্য হৈছে ইণ্টেৰিয়ৰ, চাওক স্ক’ৰপিঅ’ Z101ৰ নতুন লুক

নতুন Scorpioৰ ফটো লীক, প্ৰথমবাৰৰ বাবে প্ৰকাশ্য হৈছে ইণ্টেৰিয়ৰ, চাওক স্ক’ৰপিঅ’ Z101ৰ নতুন লুক

মহিন্দ্ৰাই ইয়াৰ আহিবলগীয়া স্ক’ৰপিঅ’এছইউভিৰ অফিচিয়েল টিজাৰ মুকলি কৰিছে। ৩০ ছেকেণ্ডৰ টিজাৰ ভিডিঅ’টোত কেৱল নিউ মহিন্দ্ৰা স্ক’ৰপিঅ’ৰ এক আভাস দেখুওৱা হৈছে। ২০২২ৰ নতুন স্ক’ৰপিঅ’ৰ কোডনেম Z101 ৰখা হৈছে। কোম্পানীটোৱে নতুন প্ৰজন্মৰ স্ক’ৰপিঅ’ এছইউভিৰ নতুন টিজাৰৰ বাবে বলীউডৰ ছুপাৰষ্টাৰ অমিতাভ বচ্চনৰ সৈতেও চুক্তিবদ্ধ হৈছে। টিজাৰ ভিডিঅ’টোত তেওঁৰ কণ্ঠস্বৰ দিয়া হৈছে। (ফটো ক্ৰেডিট: