পুনৰ খেলপথাৰলৈ উভতিব দীনেশ কাৰ্তিক! বিশ্বকাপত খেলপথাৰত দেখা যাব দীনেশ কাৰ্তিকক! হৈ গ’ল ডাঙৰ ঘোষণা!

পুনৰ খেলপথাৰলৈ উভতিব দীনেশ কাৰ্তিক! বিশ্বকাপত খেলপথাৰত দেখা যাব দীনেশ কাৰ্তিকক! হৈ গ’ল ডাঙৰ ঘোষণা!

দীনেশ কাৰ্তিকৰ অনুৰাগীলৈ সুখবৰ। টি-২০ বিশ্বকাপত পুনৰ খেলপথাৰলৈ উভতিব দীনেশ কাৰ্তিক। ৰাজস্থান ৰয়েলছৰ হাতত এলিমিনেটৰ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে পৰাজয়ৰ বৰণ কৰাৰ পিছতে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল দীনেশ কাৰ্তিকে। কিন্তু অৱসৰ পিছতে পুনৰ খেলপথাৰলৈ উভতি অহাৰ কথা প্ৰকাশ কৰিলে দীনেশ কাৰ্তিকে। টি-২০ বিশ্বকাপত পুনৰ খেলপথাৰত দেখা পাব কাৰ্তিকক।

পাকিস্তানৰ যুৱতীৰ দেহত ভাৰতীয়ৰ হৃদযন্ত্ৰ! নতুন জীৱন লৈ দেশলৈ ওভতাৰ অপেক্ষাত আয়েশা

পাকিস্তানৰ যুৱতীৰ দেহত ভাৰতীয়ৰ হৃদযন্ত্ৰ! নতুন জীৱন লৈ দেশলৈ ওভতাৰ অপেক্ষাত আয়েশা

প্ৰয়োজন আছিল হৃদযন্ত্ৰ সংস্থাপনৰ। ১৯ বছৰীয়া পাক তৰুণীৰ প্ৰাণ ৰক্ষাৰ বাবে ইয়াৰ বাদে আন কোনো বিকল্প নাছিল। কিন্তু পাকিস্তানী সেই তৰুণীৰ পৰিয়ালৰ পক্ষে চিকিৎসাৰ এই বিপুল পৰিমাণৰ ধনৰ খৰচ বহন কৰাও সম্ভৱ নাছিল। শেষত তেওঁলোকৰ সহায় হ’ল চেন্নাইৰ এখন হাস্পতাল আৰু তাৰ চিকিৎসকসকল। এটা স্বেচ্ছাসেৱী সংস্থাৰ সহযোগিতাত আৰু চিকিৎকসকলৰ মহানুভৱতাৰ

লখিমপুৰত থানাৰ ভিতৰতে আচামীৰ মৃত্যু, থানাৰ ভিতৰত কেনেকৈ মৃত্যু হ’ল আচামীৰ, ৰাইজৰ প্ৰতিবাদ

লখিমপুৰত থানাৰ ভিতৰতে আচামীৰ মৃত্যু, থানাৰ ভিতৰত কেনেকৈ মৃত্যু হ’ল আচামীৰ, ৰাইজৰ প্ৰতিবাদ

লখিমপুৰৰ খেলমাটি থানাত সংঘটিত হৈছে এক অঘটন। থানাৰ ভিতৰতে মৃত্যু এজন ব্যক্তিৰ। নিহত লোকজনৰ নাম আৰ্চভ আলী বুলি জানিব পৰা গৈছে। আৰ্চভ আলীৰ ঘৰ লখিমপুৰৰ চান্দমাৰিত। এটা ম’বাইলক কেন্দ্ৰ কৰি আৰ্চভ আলীক থানালৈ মতাই আনিছিল খেলমাটি আৰক্ষীয়ে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, আৰ্চভ আলী ম’বাইল চুৰি গেঙৰ লীডাৰ। থানাৰ ভিতৰতে

শোকাৱহ! বজ্ৰ পৰি প্ৰাণ গ’ল একেটা পৰিয়ালৰ ৩জন লোকৰ! শোকস্তব্ধ গাঁওবাসী

শোকাৱহ! বজ্ৰ পৰি প্ৰাণ গ’ল একেটা পৰিয়ালৰ ৩জন লোকৰ! শোকস্তব্ধ গাঁওবাসী

শোকাৱহ! বজ্ৰপাতৰ ফলত একেটা পৰিয়ালৰ তিনিজন লোকৰ মৃত্যু। ঘটনাটোৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। ইয়াৰ পূৰ্বেও মালদাতো একেধৰণৰ ঘটনা সংঘটিত হোৱা দেখা গৈছিল। শেহতীয়াকৈ কলকাতা বিমানবন্দৰত বজ্ৰপাতৰ ফলত বিমানবন্দৰৰ একাংশ কৰ্মী গুৰুতৰভাৱে আহত হয়। বিগত কেইদিনমানৰ পৰা উত্তৰ আৰু দক্ষিণ বংগৰ বিভিন্ন জিলাত ধুমুহা বৰষুণ হৈ আছে। পূৰ্বৰ তুলনাত ৰাজ্যৰ বিভিন্ন

আজি বুদ্ধ পূৰ্ণিমা, সন্ধিয়া আপোনাৰ ঘৰতে কৰক এই কাম, সংসাৰৰ পৰা দূৰ হ’ব অভাৱ-অনাটন

আজি বুদ্ধ পূৰ্ণিমা, সন্ধিয়া আপোনাৰ ঘৰতে কৰক এই কাম, সংসাৰৰ পৰা দূৰ হ’ব অভাৱ-অনাটন

সনাতনী মতে পূৰ্ণিমা তথা বুদ্ধ পূৰ্ণিমা তিথি বিশেষ গুৰুত্বপূৰ্ণ। এই বছৰ ব’হাগত নহয়, পালিত হ’ব জেঠ মাহত। উদয়া তিথি অনুসৰি, আজি পালিত হ’ব এই বছৰৰ বুদ্ধ পূৰ্ণিমা উৎসৱ। এই তিথিত পালন কৰিবলগীয়া কিছুমান নিয়ম আছে। কোৱা হয় যে এইবোৰ অনুসৰণ কৰিলে জীৱনত অৰ্থ আৰু সুখ-সমৃদ্ধিৰ অভাৱ নহয়। কৈছে বিশেষজ্ঞ অৰবিন্দ