PALASBARI,May 17: A book called Rajat Jyoti, which was brought out in memory of Rajat Baishya, a veteran correspondent of Dainik Asom based in Dharapur (Azara ), was released on Thursday ( May 16 ) by Senior Journalist Prakash Mahanta.Addressing a well attended commemorative meeting held under the Chairmanship of
গুৱাহাটী,১৮ মে’: দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ ৰোহিণী কুমাৰ চৌধুৰী হাইস্কুল পৰীক্ষা কেন্দ্ৰ আৰু লখিমী সামাজিক বিকাশ সংস্থাৰ সহযোগত আজি এখনি বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুস্থিত হয়। ৰোহিণী কুমাৰ চৌধুৰী হাইস্কুলত অনুস্থিত এই অনুস্থানত অঞ্চলটোৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতি শিক্ষাৰ্থী সকলোক সম্বৰ্ধনা জনোৱা হয় । উক্ত সভাত পাঁচখন বিদ্যালয়ৰ শিক্ষকৰ লগতে
আঞ্চলিক ৰাজনীতিৰ অন্যতম মহিৰুহ স্বৰূপ অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠাপক নেতা, দলৰ প্ৰাক্তন সভাপতি, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী, বিশিষ্ট শিক্ষাবিদ থানেশ্বৰ বড়োৰ বিয়োগত অসম গণ পৰিষদ দলে গভীৰ শোক প্ৰকাশ কৰিছে। আজি ৰাতিপুৱা ৭ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ ৰাজনৈতিক নেতা গৰাকীয়ে। ১৯৮৫ চনত গোলাঘাটত জন্মগ্ৰহণ
বিশ্ব হিন্দু পৰিষদৰ খানাপাৰা প্ৰখণ্ডৰ উদ্যোগত পাঞ্জাবাৰীৰ বাঘৰবড়ীস্থিত দুৰ্গা মন্দিৰ প্ৰেক্ষাগৃহত আজি সীতা নৱমী উদযাপন কৰা হয়। বিশ্ব হিন্দু পৰিষদৰ খানাপাৰা প্ৰখণ্ডৰ সাধাৰণ সম্পাদক ৰঞ্জন কুমাৰ চক্ৰৱৰ্তীয়ে আঁত ধৰা অনুষ্ঠানত বৌদ্ধিক প্ৰদান কৰে বিশিষ্ট মহিলা নেত্ৰী ৰুণজুন বৰুৱা কৌশিক আৰু বিশ্ব হিন্দু পৰিষদৰ গুৱাহাটী মহানগৰৰ জিলা সভাপতি শুভৰাম বৰাই। সীতা
ভাঙা টিভি খ্যাত ইউটিউবাৰ দ্বীপজ্যোতি ডেকা বাইহাটা চিগনাচ হাস্পতালৰ পৰা সুস্থ হৈ উভতিল নিজ ঘৰলৈ। যোৱা কেইদিনমানৰ পূৰ্বে মঙ্গলদৈৰ গাঁৱবুঢ়াৰ চ’কত কোনো দুৰ্বৃত্তই আক্ৰামন কৰাৰ ফলত গুৰুতৰভাৱে আঘাত পোৱা দ্বীপজ্যোতি ডেকা উন্নত চিকিৎসাৰ বাবে বাইহাটাস্থিত চিগনাচ হাস্পতালত চিকিৎসাধীন হৈ আছিল। মূৰত আঘাতপ্ৰাপ্ত দীপজ্যোতি বৰ্তমান সুস্থ হৈ উঠিছে। প্ৰতিটো মুহূৰ্তত চিগনাচ