প্ৰেগনেন্টৰ উৰাবাতৰি প্ৰসংগত শিৱানীৰ ভাষ্য

প্ৰেগনেন্টৰ উৰাবাতৰি প্ৰসংগত শিৱানীৰ ভাষ্য

শিৱানী দাণ্ডেকাৰে শেহতীয়াকৈ আপলোড কৰা কেইখনমান ফটোৱে খলকনি তুলিছে সামাজিক মাধ্যমত ৷ ফটো দেখি নেটিজেনে অনুমান কৰিছে শিৱানী আৰু ফাৰহান ইতিমধ্যেই সাজু হৈছে তেওঁলোকৰ প্ৰথম সন্তানক আদৰিবলৈ ! উৰাবাতৰিত অতিষ্ঠ হৈ অৱশেষত মুখ খুলিলে শিৱানীয়ে (Shibani on pregnancy rumours) ৷ বুধবাৰে এটা টিউব টপ আৰু শ্বৰ্ট্ছ পিন্ধি নেটিজেনলৈ বুলি এটা