বিধায়কৰ সৰলতা: চিকিৎসালয়ত সাধাৰণ লোকৰ দৰে অপেক্ষা

বিধায়কৰ সৰলতা: চিকিৎসালয়ত সাধাৰণ লোকৰ দৰে অপেক্ষা

  নিজৰ ক্ষমতা দেখুৱাই মন্ত্ৰী-বিধায়কে বিভিন্ন স্থানত নিয়ম ভংগ কৰাটো ডাঙৰ কথা নহয়। বিশেষকৈ ভিআইপিৰ সুবিধা লৈ চিকিৎসালয় বা আন স্থানত প্ৰায়েই শাৰী ভংগ কৰে ৰাজনৈতিক নেতাসকলে। কিন্তু, ব্যতিক্ৰম অসমৰ এজন বিধায়ক। তেওঁ তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী। দৈমাৰীৰ কেইবাখনো ফটোৱে ইতিমধ্যে চৰ্চা লাভ কৰিছে। ফটোত এখন চিকিৎসালয়ত সাধাৰণ ৰোগীসকলৰ সৈতে