মধ্যপ্রদেশৰ ভূপালৰ এখন বিখ্যাত বেচৰকাৰী স্কুলৰ হোষ্টেলত আঠ বছৰীয়া নাবালিকাক ধর্ষণৰ ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ প্রায় দুসপ্তাহ পিছত এই ঘটনাৰ অভিযোগ দাখিল কৰা হয় আৰক্ষীৰ ওচৰত৷ আৰক্ষীয়ে তদন্তত নামি গ্রেপ্তাৰ কৰিছে বিদ্যালয়খনৰ মালিকক৷ ইয়াৰ লগতে নির্যাতিতাৰ পৰিয়ালক গোচৰ তুলি ল’বলৈ বিভিন্ন ধৰণে চাপ দিয়াৰ অভিযোগত স্থানীয় থানাৰ উপ–পৰিদর্শক
দেশৰ হৈ সৰ্বাধিক মেচ আৰু গ’ল কৰাৰ ৰাষ্ট্ৰীয় ৰেকৰ্ড গঢ়া ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল চেত্ৰীয়ে কেৰিয়াৰত ১৯ বছৰ সম্পূৰ্ণ কৰি অৱসৰ ঘোষণা কৰিলে। উল্লেখ্য যে ভাৰতীয় ফুটবলৰ অন্যতম মহান খেলুৱৈৰ শাৰীত অন্তৰ্ভুক্ত হৈছে চেত্ৰী। ২০০৫ চনত পাকিস্তানৰ বিৰুদ্ধে এখন বন্ধুত্বমূলক মেচত অভিষেক ঘটিছিল চেত্ৰীৰ। সক্ৰিয় ফুটবলাৰৰ ভিতৰত পৰ্তুগালৰ ক্ৰিষ্টিয়ানো
দেশৰ ৰাজধানী নতুন দিল্লী যেন শেহতীয়াকৈ উগ্ৰপন্থীৰ টাৰ্গেট হৈ পৰিছে ৷ কিছুদিন পূৰ্বে মহানগৰ খনৰ শতাধিক বিদ্যালয়ত বোমাৰে উৰুৱাই দিয়াৰ ভাবুকিৰ পিছত এইবাৰ টাৰ্গেট হৈছে চাৰিখন হাস্পতাল ৷ দিল্লীৰ প্ৰতিষ্ঠিত চিকিৎসালয় হেডগেৱাৰ চিকিৎসালয়, দীপ চান্দ বন্ধু চিকিৎসালয়, জিটিবি, দাদা দেৱ চিকিৎসালয়লৈ বোমাৰে উৰুৱাই দিয়াৰ ই-মেইলযোগে ভাবুকি পোৱাৰ পাছত সষ্টম হৈ
নগা নাগৰিক সমাজৰ সংগঠনৰ অসংখ্য ৰাজহুৱা অভিযোগ আৰু উদ্বেগৰ প্ৰতি সঁহাৰি জনাই এন এছ চি এন (আই এম)ৰ কেন্দ্ৰীয় শাসিত অঞ্চলে ডিমাপুৰৰ সকলো নাইটক্লাব, পাব, আৰু ডিস্কো তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰে ৷ এই নিৰ্দেশনা বাহাল থাকিব অবিভক্ত ডিমাপুৰ জিলাখনক সামৰি লোৱা ইয়াৰ অধিকাৰক্ষেত্ৰত ৷ এন এছ
কাজিৰঙাৰ ৰাজপথত বুধবাৰে মাজনিশা সংঘটিত হয় ভয়াৱহ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ’ খাৱৈত বাগৰি পৰে ক্ৰিটি নামৰ এখন নৈশ বাছ৷ কাজিৰঙাৰ কহঁৰা পেট্ৰল পাম্পৰ সমীপত দুৰ্ঘটনাত পতিত হোৱা বাছখনৰ নম্বৰ এএছ১২ই৯৩৮১। দুৰ্ঘটনাটোত কোনো লোক নিহত হোৱা নাই যদিও আহত হয় বহুলোক৷ নিশা প্ৰায় ১২ বজাত সংঘটিত এই পথ