২০২৫ চনত বিটিআৰৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হ’ব। এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বড়ো ভূমিৰ দুই আঞ্চলিক দল BPF-UPPLৰ একত্ৰিকৰণ প্ৰায় চূড়ান্ত হৈছে। দুয়োটা দলে গঠন কৰিছে কমিটী। বিজেপিৰ আগ্ৰাসন। চিন্তিত হৈছে
স্কুলীয়া সাজত স্কুলৰ সন্মুখৰ পৰা এখন অট’ত তুলি লৈ আনিছিল ছাত্ৰীগৰাকীক স্থানীয় অট’ চালক গৰাকীৰ সন্দেহ হোৱাত খবৰ দিয়ে ৰাইজক আৰু স্থানীয় যুৱকে আটক কৰি গতাই আৰক্ষীক আটকাধীন যুৱক জন
অনলাইন ট্ৰেডিঙৰ জৰিয়তে বহুলোকক কৰিছিল প্ৰৱঞ্চনা। ডিব্ৰুগড় জীৱন ফুকন নগৰত ঘৰ ৰঞ্জিত কাকতিৰ। অধিক তথ্যৰ বাবে ৰঞ্জিত কাকতিক জেৰা চলাইছে আৰক্ষীয়ে।
একশৰণ নামধৰ্ম প্ৰৱৰ্তক তথা অসমীয়া জাতি, সংস্কৃতিৰ প্ৰাণ প্ৰতিষ্ঠাতা গুৰুজনাৰ পবিত্ৰ তিৰোভাৱ তিথিত হৰিনামেৰে মুখৰিত হৈছে ৰাজ্যৰ সত্ৰ-নামঘৰসমূহ।
তাৰ্কিক বৰাই উজনি অসমত কেইবাখনো চাহ বাগিচা ক্ৰয়ৰ তথ্য । উজনিৰ কেইবাটাও প্ৰান্তত চোৰাং ছিণ্ডিকেটতো ধন বিনিয়োগৰ তথ্য লাভ। পেছাত এজন ফটোগ্ৰাফাৰ তাৰ্কিকৰ সম্পত্তিৰ তালিকা দেখি হতবাক আৰক্ষী। সম্প্ৰতি চুমি