Advertisement
অভয়াপুৰীৰ মুকবধিৰ যুৱক ছমৰীয়াত সন্ধানহীন

অভয়াপুৰীৰ মুকবধিৰ যুৱক ছমৰীয়াত সন্ধানহীন

বঙাইগাঁও জিলাৰ অভয়াপুৰী থানাৰ অন্তৰ্গত লালমাটি গাঁৱৰ মুখেৰে কথা ক’ব নোৱাৰা হৰিশ চাংমা (২০) নামৰ যুৱক এজন যোৱা ৪ মাৰ্চত পুৱাৰ ভাগত কামৰূপ জিলাৰ ছমৰীয়াৰ পৰা সন্ধানহীন হৈ আছে ৷

বৰপেটাত মেট্ৰিক পৰীক্ষাৰ নকল যোগানৰ ব্যৱসায়ত জড়িত ৫ জনক আটক৷

বৰপেটাত মেট্ৰিক পৰীক্ষাৰ নকল যোগানৰ ব্যৱসায়ত জড়িত ৫ জনক আটক৷

বৰপেটাত মেট্ৰিক পৰীক্ষাৰ নকল যোগানৰ ব্যৱসায়ত জড়িত ৫ জনক আটক ৷ বৰপেটাৰ নগাও আৰু পালহাজীৰ পৰা আটক কৰা হৈছে নকল ব্যৱসায়ীকেইটাক ৷ আজি আছিল মেট্ৰিক পৰীক্ষাৰ গণিত বিষয়ৰ পৰীক্ষা ৷

Follow Us on Instagram

About
Editorial Policy
Fact Check Policy
Correction Policy
Privacy Policy
Contact Us